ETV Bharat / sukhibhava

Relationship: আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ উপায় জানি লওক - সম্পৰ্ক শক্তিশালী কৰাৰ ৫টা উপায়

সদায় আপোনাৰ সংগীৰ লগত সম্পৰ্ক ভালে ৰখাটো খুবেই গুৰুত্বপূৰ্ণ ৷ সংগীৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ৫টা উপায় সম্পৰ্কে আজি জানো আহক-

Is your relationship with your partner healthy? If not, follow these tips
আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ উপায় জানি লওক
author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 5:25 PM IST

সম্পৰ্কবোৰ কাঁচৰ দৰে, এবাৰ ভাঙি যোৱাৰ পিছত কেতিয়াও জোৰা লগাব নোৱাৰি ৷ ইয়াৰ বিপৰীতে, যদি সম্পৰ্কটো ভাল নহয়, তেনেহ'লে ই আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলায় ৷ সেয়েহে সদায় আপোনাৰ সংগীৰ লগত সম্পৰ্ক ভালে ৰখাটো খুবেই গুৰুত্বপূৰ্ণ ৷ সংগীৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ৫টা উপায় সম্পৰ্কে আজি জানো আহক-

সকলোৱেই অলপ ব্যক্তিগত সময় বিচাৰে, য'ত তেওঁলোকে আন কাৰো হস্তক্ষেপ নিবিচাৰে ৷ যদি আপুনি আপোনাৰ সংগীয়ে আপোনাৰ ব্যক্তিগত স্থানত অন্তৰ্ভুক্ত কৰিব নিবিচাৰে, তেনেহ'লে ইয়াকে লৈ আপুনি আপোনাৰ সম্পৰ্কটো বেয়া নকৰিব ৷ এয়া স্বাভাৱিক ৷

ব্যক্তিত্ব

এটা সম্পৰ্কত বান্ধ খোৱাৰ অৰ্থ এইটো নহয় যে আপুনি নিজকে সলনি কৰিব লাগিব ৷ নিজকে সলনি কৰি সংগীৰ মতে চলিলে সম্পৰ্ক বেছি দিন স্থায়ী নহয় ৷ সেয়েহে, আপুনি যিদৰে আছে তেনেকৈয়ে থাকক ৷ নিজেও সলনি নহব আৰু সংগীকো সলনি কৰিবলৈ চেষ্টা নকৰিব ৷

সন্মান

এটা সম্পৰ্কৰ মূল ভেটি হৈছে ইজনে সিজনক সন্মান কৰা ৷ সম্পৰ্ক যিয়েই নহওঁক, যদি আপুনি অনুভৱ কৰে যে আপুনি আপোনাৰ সম্পৰ্কত সন্মান লাভ কৰা নাই, তেনেহ'লে আপুনি আপোনাৰ সংগীৰ সৈতে কথা এই বিষয়ে ভালদৰে কথা পাতিব ৷

পাৰিবাৰিক গোপনীয়তা

গোটেই পৰিয়ালটোৰ তথা নিজৰো কিছুমান গোপনীয়তা থাকে, যিবোৰ সংগী তথা তেওঁৰ পৰিয়ালে সদায়েই নিজৰ মাজতে ৰাখিবলৈ বিচাৰে ৷ যদি আপোনাৰ সংগীৰ লগতে পৰিয়ালৰো এনে কিবা থাকে আৰু আপোনাক এই বিষয়ে প্ৰকাশ নকৰে, তেন্তে তেওঁৰ ওপৰত অসন্তুষ্ট নহ’ব ৷ আপুনি নিজেও এই ক্ষেত্ৰত সচেতন হ’ব ৷

লগতে পঢ়ক: Relationship Tips: আপোনাৰ সম্পৰ্কক মজবুত তথা প্ৰেম বৃদ্ধি কৰিবলৈ এই টিপছসমূহে সহায় কৰিব পাৰে

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.