ETV Bharat / sukhibhava

Daily Horoscope For 12th September: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 12th September 2023
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 12:11 AM IST

মেষ ৰাশি: আপোনাৰ আজিৰ দিনটো শুভ আৰু ঘটনাবহুল । কিন্তু মানসিক অস্থিৰতাৰ বাবে আপুনি গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ মন স্থিৰ কৰিব নোৱাৰিব, আত্মবিশ্বাস আৰু দৃঢ়তাৰে সৈতে কোনো সিদ্ধান্ত ল’ব নোৱাৰিব । সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰপৰা বিৰত থাকক । অফিচৰ কামত ভ্ৰমণ হ’ব পৰাৰ সম্ভাৱনা আছে । এই ভ্ৰমণ চিঠি আৰু নথি-পত্ৰ আদি তৈয়াৰ কৰাৰ কামত লাগিব পাৰে । বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে । কোনোবাৰ সৈতে, বিশেষকৈ কোনো মহিলাৰ সৈতে উত্তপ্ত বিবাদ হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰিব ।

বৃষ ৰাশি: আজি গোটেই দিন আপোনাক ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকিব লাগিব । বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাৰ ফলত আপোনাৰ হাতৰপৰা সুযোগ গুচি যাব পাৰে । সকলৰ সৈতে বুজাবুজিৰে পাৰস্পৰিক সদ্ভাৱ বৰ্তাই ৰাখি চলক । ভ্ৰমণ পিছুৱাই দিয়াৰ ইংগিত আছে । আজিৰ দিনটো বিশেষকৈ লেখক, শিল্পী আৰু পৰামৰ্শদাতাসকলৰ বাবে শুভ । নতুন কোনো কাম বা প্ৰকল্প হাতত নল’ব ।

মিথুন ৰাশি: আজি আপোনাৰ বাবে আৰ্থিক লাভ অপেক্ষা কৰি আছে । আজি আপুনি সুখাদ্য ভোজন কৰিব, নিজৰ পছন্দৰ পোছাক পিন্ধিব আৰু বন্ধু তথা আত্মীয়-স্বজনৰ সৈতে আনন্দ-ফূৰ্তি কৰি সময় কটাব । উপহাৰ পাব । স্বাস্থ্য উত্তম । অনাৱশ্যক ব্যয়ৰ সম্ভাৱনা আছে গতিকে সাৱধানে থাকক । আজি হতাশা আৰু লাজৰ চিকাৰ নহ’ব । আত্মবিশ্বাসী আৰু উদ্দেশ্য লৈ চলক ।

কৰ্কট ৰাশি: আজি আপুনি বিভ্ৰান্ত হৈ থাকিব আৰু মনত আপোনাৰ খেলিমেলি লাগি থাকিব । গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰপৰা বিৰত থাকক । আপোনাৰ পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ উদ্দেশ্যৰ সংঘাত হ’ব পাৰে । অধিক ব্যয়ৰ সম্ভাৱনা আছে । সাংসাৰিক প্ৰয়োজনত আপুনি অধিক খৰছ কৰিবলগীয়া হ’ব পাৰে । মুখত লেকাম টানি ৰাখক আৰু ভুল বুজাবুজি দূৰ কৰক । আপোনাৰ স্বাস্থ্যই দিগদাৰ দিব পাৰে । সংবেদনশীলতাৰে কাম কৰক, নিজৰ নাম আৰু ধন নষ্ট হ’বলৈ নিদিব ।

সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে লাভৰ যোগ আছে । বন্ধুসকলে বিশেষকৈ মহিলাসকলে আপোনাৰ কথা চিন্তা কৰিব আৰু আপোনাৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰিব । সুন্দৰ কোনো ঠাইত ফুৰিবলৈ যাব পাৰে । আপুনি মন স্থিৰ কৰিব নোৱাৰা হ’লে সুযোগ আপোনাৰ হাতৰপৰা গুচি যাব পাৰে । গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰপৰা বিৰত থাকক । ব্যৱসায়ীসকলে অপ্ৰত্যাশিত লাভৰ আশা কৰিব পাৰে । আজিৰ দিনটোৰ সৰহ ভাগ সময় চিন্তাত মগ্ন হৈ থাকিব ।

কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অনুকূল আৰু সদয় । আজি কোনো প্ৰকল্প বা উদ্যোগ হাতত ল’লে সফলতাৰে সম্পন্ন কৰিব পাৰিব । বৃত্তিধাৰী আৰু চাকৰিয়ালসকলৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ যোগ আছে । ব্যৱসায়ীসকলে প্ৰচুৰ লাভ কৰিব । পিতৃৰ ফালৰপৰা লাভ আৰু উপকাৰ পাব । পৰিয়ালত সুখ আৰু শান্তি বৰ্তাই থাকিব ।

তুলা ৰাশি: আজিৰ দিনটো ব্যৱসায়ীসকলৰ কাৰণে লাভদায়ক । বৃত্তিধাৰী আৰু চাকৰিয়ালসকলে আজি হয়তো দেখিব যে আপোনালোকৰ সহকৰ্মীসকলে আপোনালোকৰ প্ৰতি আন্তৰিকতা আৰু সহযোগিতাৰ ভাৱ পোষণ কৰি আছে । দীঘলীয়া ছুটী কটাবলৈ যাব পাৰে, বিশেষকৈ তীৰ্থযাত্ৰাত যাব পাৰে । আজি আপুনি গভীৰভাৱে সাহিত্যিক আৰু বৌদ্ধিক ক্ৰিয়াকলাপত মগ্ন হৈ থাকিব । বিদেশত বসবাস কৰা বন্ধুসকলৰ পৰা লাভ কৰা খবৰে আপোনাক আনন্দ দিব ।

বৃশ্চিক ৰাশি: সুৰক্ষিত আৰু নিৰাপদ হৈ থাকিবলৈ আজি আপোনাক সতৰ্ক হৈ থাকিব লাগিব আৰু ভাবি চিন্তি চলিব লাগিব । পৰিস্থিতি আপোনাৰ অনুকূলত নাই আজি । সেয়ে নতুন প্ৰকল্প আৰু কাৰ্যসূচী পিছুৱাই দিয়ক । নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণত ৰাখক । কূটাঘাতমূলক আৰু অবৈধ কাম কৰাৰ চিন্তা মূৰৰ পৰা উলিয়াই দিয়ক । অধিক ব্যয়ৰ ফলত আৰ্থিক সমস্যা দেখা দিব পাৰে ।

ধনু ৰাশি: আজি আপোনাৰ দিনটো ভালদৰে পাৰ হ’ব । আপুনি আজি মনোৰঞ্জন আৰু আমোদ উপভোগ কৰিব । আপুনি আনন্দত মতলীয়া হৈ ৰ’ব, এইটো প্ৰকাশ পাব আপোনাৰ ৰুচিশীল পোছাক আৰু বিভিন্ন ধৰণৰ ৰন্ধনৰ প্ৰতি আপোনাৰ জুতিৰ জৰিয়তে । আপুনি অইন সংস্কৃতিৰ কোনো আকৰ্ষণীয় মানুহক লগ পাব পাৰে, এই সাক্ষাতে আপোনাক আনন্দপূৰ্ণ কৰি ৰাখিব । আপুনি নিজৰ সংগীৰ সৈতে এক শিহৰণকাৰী সম্পৰ্ক উপভোগ কৰিব । সকলো প্ৰকাৰ সৃজনশীল আৰু সাহিত্যিক কৰ্মৰ বাবে দিনটো বৰ ভাল । আপুনি প্ৰশংসা পাব পাৰে । অংশীদাৰিত্বৰ বাবে সময়টো ভাল ।

মকৰ ৰাশি: আজি কোনো ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিলে অত্যধিক লাভদায়ক প্ৰমাণিত হ’ব । সকলো কাম পৰিকল্পনা অনুসৰি হৈ থাকিব । আৰ্থিক লেনদেন আপোনাৰ অনুকূলত থাকিব পাৰে । ব্যৱসায় কোনো বাধা নোহোৱাকৈ আগবাঢ়ি যাব । অংশীদাৰ আৰু সহকৰ্মীসকলৰপৰা আন্তৰিকতা পাব আৰু তেওঁলোকৰপৰা কিবা সাহায্য বিচাৰিলে পাব । স্বাস্থ্য উত্তম । ঘৰত সুখ-শান্তি বৰ্তাই থাকিব ।

কুম্ভ ৰাশি: আজি আপোনাৰ চিন্তা আৰু কথাবতৰাত কিছু পৰিৱৰ্তন দেখা যাব পাৰে । আপুনি আজি বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে । পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ যোগ আছে । আজি আপোনাৰ হজমৰ সমস্যা দেখা দিব পাৰে আৰু আপুনি আজি নিজক সম্পূৰ্ণ ৰূপত নিশকতীয়া অনুভৱ কৰিব ।

মীন ৰাশি: আজি আপুনি উৎসাহ-উদ্দীপনাৰ অভাৱ অনুভৱ কৰিব পাৰে । পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ কাজিয়া বিবাদ হ’ব পাৰে, আপুনি তৰ্ক-বিতৰ্ক এৰাই চলাটোহে ভাল । আপুনি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল আৰু নিশকতীয়া অনুভৱ কৰিব । অপ্ৰত্যাশিত ঘটনা আপোনাক আমনি দি থাকিব, আপোনাৰ মনক অস্থিৰ কৰি ৰাখিব । কৰ্মক্ষেত্ৰৰ সমস্যাই আপোনাৰ সমস্যাক বৃদ্ধি কৰিব। নাম আৰু যশ নষ্ট হ’ব পাৰে । সাৱধানে ব্যৱসায় কৰক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.