ETV Bharat / state

পাঁচ মাহৰ পিছত পিতৃৰ প্ৰেতকৰ্ম কৰাৰ সুযোগ পালে সঞ্জীৱ বিষ্টৰ পৰিয়ালে

পিতৃ খেম বাহাদুৰ বিষ্টৰ হত্যাৰ অভিযোগত ৰাইজে ১২ বছৰৰ বাবে বহিষ্কাৰ কৰিছিল ডিমাকুচিৰ সঞ্জীৱ বিষ্টৰ পৰিয়ালক ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ লগতে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰচাৰৰ পাচতেই এক সভাৰ জৰিয়তে বহিষ্কাৰ প্ৰত্যাহাৰ কৰিলে গাঁৱৰ ৰাইজে ৷

author img

By

Published : Aug 6, 2019, 12:39 PM IST

Updated : Aug 6, 2019, 3:29 PM IST

পাঁচ মাহৰ পিছত পিতৃৰ প্ৰেতকৰ্ম কৰাৰ সুযোগ পালে সঞ্জীৱ বিষ্টৰ পৰিয়ালে

ওদালগুৰি, 6 আগষ্টঃ অৱশেষত 5 মাহৰ পাচত নিজ পিতৃৰ প্ৰেতকৰ্ম কৰাৰ সুযোগ পালে ডিমাকুচিৰ সঞ্জীৱ বিষ্টৰ পৰিয়ালে । পিতৃ খেম বাহাদুৰ বিষ্টৰ হত্যাৰ অভিযোগত ৰাইজে ১২ বছৰৰ বাবে বহিষ্কাৰ কৰিছিল পৰিয়ালটোক। কেৱল সেয়াই নহয় অঞ্চলটোৰ ৰাইজে পিতৃৰ প্ৰেতকৰ্ম কৰাত বাধা প্ৰদান কৰিছিল ব্ৰাহ্মণক । অৱশেষত এই সন্দৰ্ভত ইটিভি ভাৰতৰ লগতে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰচাৰৰ পাচতেই এক সভাৰ আয়োজন কৰি বৰ্জনৰ সিদ্ধান্ত উঠাই ল'লে গাঁৱৰ ৰাইজে ৷ এই সন্দৰ্ভত এক প্ৰতিবেদন....

Intro:অৱশেষত 5 মাহৰ পিছত নিজ পিতৃৰ প কৰ্ম কৰাৰ সুযোগ পালে ডিমাকুচিৰ সঞ্জীৱ বিষ্টৰ পৰিয়ালে। পিতৃ খেম বাহাদুৰ বিষ্টৰ হত্যাৰ অভিযোগ কৰি ৰাইজে ১২ বছৰৰ বাবে বহিষ্কাৰ কৰিছিল পৰিয়ালটোক। পিতৃৰ কৰ্ম বাধা প্ৰদান কৰিছিল ব্ৰাহ্মণক। কিন্তু এই সন্দৰ্ভত ই টি ভাৰতত বাতৰি প্ৰচাৰ হোৱাত বহিষ্কাৰ উঠাই লৈছিল গাঁওৰ ৰাইজে..

DLআৰু cutshots দিয়া হল

Body:অৱশেষত 5 মাহৰ পিছত নিজ পিতৃৰ প কৰ্ম কৰাৰ সুযোগ পালে ডিমাকুচিৰ সঞ্জীৱ বিষ্টৰ পৰিয়ালে। পিতৃ খেম বাহাদুৰ বিষ্টৰ হত্যাৰ অভিযোগ কৰি ৰাইজে ১২ বছৰৰ বাবে বহিষ্কাৰ কৰিছিল পৰিয়ালটোক। পিতৃৰ কৰ্ম বাধা প্ৰদান কৰিছিল ব্ৰাহ্মণক। কিন্তু এই সন্দৰ্ভত ই টি ভাৰতত বাতৰি প্ৰচাৰ হোৱাত বহিষ্কাৰ উঠাই লৈছিল গাঁওৰ ৰাইজে..

DLআৰু cutshots দিয়া হল

Conclusion:
Last Updated : Aug 6, 2019, 3:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.