ওদালগুৰি, 6 নৱেম্বৰঃ মঙলবাৰে ওদালগুৰিত সদৌ অসম ছাত্ৰ সন্থাই প্ৰদান কৰিলে 2019 বৰ্ষৰ ডঃ ভূপেন হাজৰিকা সমন্বয় বঁটা ৷ বিশিষ্ট শিল্পী তথা ওদালগুৰি সংগীত-নাট্য বিদ্যাপীঠৰ অধ্যক্ষ কুলেন্দ্ৰ বড়োক প্ৰদান কৰা হয় 2019 বৰ্ষৰ ডঃ ভূপেন হাজৰিকা বঁটা ৷ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীৰ দিনটোতে আছুৱে প্ৰদান কৰে এই বঁটা । ওদালগুৰিত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা প্ৰদান কৰে ওদালগুৰিৰ আৰক্ষী অধীক্ষক লংনিত তেৰাঙ,অতিৰিক্ত আৰক্ষী অধীক্ষক ময়ংক কুমাৰ,উপ-আৰক্ষী অধীক্ষক মইদুল ইছলামৰ লগতে ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ কাশ্যপ আৰু সাধাৰণ সম্পাদক ৰাজদ্বীপ দাসে। সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাই ওদালগুৰিৰ শ্বহীদ বেদীৰ সমীপত " জিলিকাব লুইতৰে পাৰ" শীৰ্ষক এক কাৰ্যসূচীৰো আয়োজন কৰে ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই।
ওদালগুৰিত 2019 বৰ্ষৰ ডঃ ভূপেন হাজৰিকা সমন্বয় বঁটা প্ৰদান - লংনিত তেৰাঙ
বিশিষ্ট শিল্পী তথা ওদালগুৰি সংগীত-নাট্য বিদ্যাপীঠৰ অধ্যক্ষ কুলেন্দ্ৰ বড়োলৈ ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই প্ৰদান কৰিলে 2019 বৰ্ষৰ ডঃ ভূপেন হাজৰিকা সমন্বয় বঁটা ৷সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাই ওদালগুৰি " জিলিকাব লুইতৰে পাৰ "শীৰ্ষক কাৰ্যসূচীৰে ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই জনালে শ্ৰদ্ধাঞ্জলি ৷
ওদালগুৰি, 6 নৱেম্বৰঃ মঙলবাৰে ওদালগুৰিত সদৌ অসম ছাত্ৰ সন্থাই প্ৰদান কৰিলে 2019 বৰ্ষৰ ডঃ ভূপেন হাজৰিকা সমন্বয় বঁটা ৷ বিশিষ্ট শিল্পী তথা ওদালগুৰি সংগীত-নাট্য বিদ্যাপীঠৰ অধ্যক্ষ কুলেন্দ্ৰ বড়োক প্ৰদান কৰা হয় 2019 বৰ্ষৰ ডঃ ভূপেন হাজৰিকা বঁটা ৷ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীৰ দিনটোতে আছুৱে প্ৰদান কৰে এই বঁটা । ওদালগুৰিত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা প্ৰদান কৰে ওদালগুৰিৰ আৰক্ষী অধীক্ষক লংনিত তেৰাঙ,অতিৰিক্ত আৰক্ষী অধীক্ষক ময়ংক কুমাৰ,উপ-আৰক্ষী অধীক্ষক মইদুল ইছলামৰ লগতে ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ কাশ্যপ আৰু সাধাৰণ সম্পাদক ৰাজদ্বীপ দাসে। সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাই ওদালগুৰিৰ শ্বহীদ বেদীৰ সমীপত " জিলিকাব লুইতৰে পাৰ" শীৰ্ষক এক কাৰ্যসূচীৰো আয়োজন কৰে ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই।
ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই প্ৰদান কৰিলে ২০১৯ বৰ্ষৰ ড° ভূপেন হাজৰিকা সমন্বয় বটাঁ।
বিশিষ্ট শিল্পী তথা ওদালগুৰি সংগীত-নাট্য বিদ্যাপীঠৰ অধ্যক্ষ কুলেন্দ্ৰ বড়োলৈ ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই প্ৰদান কৰিলে ২০১৯ বৰ্ষৰ ড° ভূপেন হাজৰিকা সমন্বয় বটাটি
সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাই ওদালগুৰিৰ শ্বহীদ বেদীৰ সমীপত " জিলিকাব লুইতৰে পাৰ "শীৰ্ষক কাৰ্যসূচীৰো অনুষ্ঠিত কৰে ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই
Body:বিশিষ্ট শিল্পী তথা ওদালগুৰি সংগীত-নাট্য বিদ্যাপীঠৰ অধ্যক্ষ কুলেন্দ্ৰ বড়োলৈ ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই প্ৰদান কৰিলে ২০১৯ বৰ্ষৰ ড° ভূপেন হাজৰিকা সমন্বয় বটাঁ। আজি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীৰ দিনটোতে আছুই প্ৰদান কৰিলে এই বটাঁটি। বিশিষ্ট শিল্পী জনক বটাটি প্ৰদান কৰে ওদালগুৰিৰ আৰক্ষী অধীক্ষক লংনিত তেৰাঙ , অতিৰিক্ত আৰক্ষী অধীক্ষক ময়ং কুমাৰ, উপ- আৰক্ষী অধীক্ষক মইদুল ইছলামৰ লগতে ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ কাশ্যপ আৰু সাধাৰণ সম্পাদক ৰাজদ্বীপ দাসে। সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাই ওদালগুৰিৰ শ্বহীদ বেদীৰ সমীপত " জিলিকাব লুইতৰে পাৰ "শীৰ্ষক কাৰ্যসূচীৰো অনুষ্ঠিত কৰে ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই। ওদালগুৰিৰ কেইবাজনো উদীয়মান শিল্পীয়ে গীত পৰিৱেশন কৰা এই অনুষ্ঠানটো মুকলি কৰে ওদালগুৰি পৌৰ সভাৰ পৌৰপতি ৰিপেন দৈমাৰীয়ে। উক্ত কাৰ্যসূচীটো আত ধৰে আছুৰ ৰাজিক কাৰ্যনিৰ্বাহক সদস্য বিতোপন দাস আৰু ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিপুল লহকৰে। ইপিনে ওদালগুৰি সাহিত্য সভা ভৱনতো আজি দিন যোৰা কাৰ্যসূচীৰে ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠিত কৰে ওদালগুৰি সাহিত্য সভাই ।
Conclusion: