অসম কৃষি বিশ্ববিদ্যালয়ত কৃষি গ্ৰন্থাগাৰিক আৰু ব্যৱহাৰিক গোষ্ঠীৰ দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন
অসম কৃষি বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে কৃষি গ্ৰন্থাগাৰিক আৰু ব্যৱহাৰিক গোষ্ঠীৰ দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন(2nd International Conference of Agricultural Librarians and users community) । অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে উদ্ধোধন কৰে সন্মিলনখন ৷ দেশ বিদেশৰ শতাধিক প্ৰতিনিধিৰ অংশগ্ৰহণ কৰে উক্ত সন্মিলনত ৷
কাৰ্বি আংলঙৰ জনতাক কি আশ্বাস দিলে প্ৰধানমন্ত্ৰী মোডীয়ে ?
হৰ্ষ ধ্বনিৰে মুখৰিত কাৰ্বি আংলঙত প্ৰধানমন্ত্ৰীৰ শান্তি, ঐক্য আৰু বিকাশৰ ৰেলী ৷ ‘‘ভাজপাৰ ডাবল ইঞ্জিন চৰকাৰ য’তেই থাকিব ত'তেই সবকা সাথ সবকা বিকাশ, বিশ্বাস’’ থকাৰ আশ্বাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM Modi on double engine government) ৷
Sensational murder at Rangapara: পুত্ৰৰ হাতত প্ৰাণ গ'ল দুৰ্ভগীয়া মাতৃৰ
মিছামাৰীৰ বেলিশিৰি আৰক্ষী চকীৰ অন্তৰ্গত খনাজান গাঁৱত অঘটন ৷ পুত্ৰৰ হাতত প্ৰাণ গ’ল জন্মদাতা মাতৃৰ (Son brutally killed his mother at Rangapara) ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য ৷
কলগাছিয়াবাসীৰ অভিযোগ; প্ৰত্যেক নিশাই কলগাছিয়াৰ মাজেৰে পাৰ হয় চোৰাং কাঠভৰ্তি বাহন
চকু মুদা কুলিৰ ৰূপত ৰাজ্যৰ বন বিভাগ ৷ চোৰাং কাঠ সৰবৰাহ সন্দৰ্ভত নিমাত বন বিভাগ ৷ এই অভিযোগ কলগাছিয়াবাসীৰ ৷ কিয়নো প্ৰায় প্ৰত্যেক নিশাই কলগাছিয়াৰ মাজেৰে চোৰাং কাঠভৰ্তি বাহন পাৰ হৈ (Every night smuggled wooden vehicles pass through Kalgachia) যোৱাৰ স্বত্বেও কোনো বিহিত ব্যৱস্থা লোৱা নাই বন বিভাগে ৷
জ্যোতিষীৰ ঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ; হত্যাৰ সন্দেহ
দিছপুৰ লাষ্টগেটত জ্যোতিষী নীল মাধৱ শইকীয়াৰ বাসগৃহৰ পৰা উদ্ধাৰ পম্পী ঘোষ নামৰ এগৰাকী মহিলাৰ মৃতদেহ । যুৱতী গৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি প্ৰেমিকৰূপী জ্যোতিষী নীল মাধৱেই পম্পী ঘোষক হত্যা কৰিছে (Astrologer allegedly killed girl in Guwahati) ।
মোডীৰ সভাত মানুহ অনাৰ বাবে বাহনৰ বাবদ ২৯.৩৫ কোটি টকা ব্যয়
ডিব্ৰুগড় আৰু কাৰ্বি আংলঙৰ প্ৰধানমন্ত্রীৰ সভাৰ বাবে বাছ-ছুমুকে ধৰি ৮,১৫০ খন যাত্রীবাহী বাহন অধিগ্ৰহণ চৰকাৰৰ (Expenditure on traveling to Modi's meeting)। মঙলবাৰৰ পৰা বৃহস্পতিবাৰলৈকে তিনিদিন ধৰি বাছৰ অভাৱত পণবন্দী সাধাৰণ যাত্রীসকল । মোদীৰ সভালৈ মানুহ অনাৰ বাবে ৮,১৫০খন যাত্রীবাহী বাহনৰ বাবদ ৰাজকোষৰ পৰা ব্যয় কৰা হৈছে ২৯ কোটি ৩৫ লাখ টকা ।
জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত লখিমপুৰত কংগ্রেছৰ প্ৰতিবাদ
গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰক (Jignesh Mevani arrested by Assam police) লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে । বাক স্বাধীনতা আৰু গণতন্ত্ৰ ৰক্ষা, ক্ষমতাৰ অপপ্ৰয়োগ বন্ধ কৰাৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছে বৃহস্পতিবাৰে ৰাজ্যজুৰি সাব্যস্ত কৰিছে প্ৰতিবাদ ৷
উৰুখা পঁজাত আইতা আৰু নাতিৰ কঠোৰ জীৱন সংগ্ৰাম
কলিয়াবৰ বৰুৱাগাঁৱৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এইগৰাকী বৃদ্ধাৰ কাহিনীয়ে কৈ যায় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বহু অকথিত কাহিনী (Old Lady in Poor Condition at Kaliabor) । বেৰৰ নামত বাঁহৰ কেইচটামান কামি, চালিত দুচলামান টিনপাত তাৰ মাজতেই আইতা আৰু নাতিৰ জীৱন সংগ্ৰাম ৷ তুলু বৰুৱা নামৰ এই বৃদ্ধাগৰাকীৰ ভাগ্যত নহ'ল এটা চৰকাৰী অনুদানৰ ঘৰ ।
নলবাৰী কৰ্কট ৰোগ নিৰাময় হাস্পতালৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
অসমত নতুনকৈ 7 খন কৰ্কট ৰোগ নিৰাময় হাস্পতালৰ ভাৰ্চুৱেলী আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ(Laid the foundation stone of Nalbari Cancer hospital) ৷ নলবাৰী চিকিৎসা মহাবিদ্যালয় চৌহদতো স্থাপন কৰা হয় কৰ্কট ৰোগ নিৰাময় হাস্পতালৰ আধাৰশিলা ৷ কৰ্কট ৰোগ নিৰাময় হাস্পতালৰ আধাৰশিলা স্থাপনত সুখী জিলাখনৰ জনতা ৷
আৰক্ষীৰ জালত ড্ৰাগছসহ আটক ড্ৰাগছ ব্যৱসায়ী
নগাঁৱত ড্ৰাগছসহ আটক ড্ৰাগছ ব্যৱসায়ী (Drugs peddler arrested in Nagaon)৷ ভাড়াঘৰৰ পৰা চলাই গৈছিল ড্ৰাগছৰ ব্যৱসায় ৷ হয়বৰগাঁও আৰক্ষীৰ অভিযানত আটক কৰা হয় ব্যৱসায়ীটোক ৷