ETV Bharat / state

খিলঞ্জীয়া কোঁচ ৰাজবংশীৰ নাম নাই এনআৰচিত !

author img

By

Published : Sep 1, 2019, 9:36 PM IST

Updated : Sep 1, 2019, 11:14 PM IST

এন আৰ চিত নাম অন্তৰ্ভুক্ত নহ’ল বহু কোঁচ ৰাজবংশীলোকৰ ৷ ঘটনাত শংকিত আৰু ক্ষোভিত সাধাৰণ ৰাইজ ৷

এন আৰ চিত নাম অন্তৰ্ভুক্ত নহ’ল বহু কোচ ৰাজবংশীলোকৰ

ওদালগুৰি , 1 ছেপ্টেম্বৰ : বহু চৰ্চিত এন আৰ চিত নাহিল ওদালগুৰিৰ খিলঞ্জীয়া কোঁচ ৰাজবংশী জনগোষ্ঠীৰ বহু লোকৰ নাম । ফলত আতংকিত হৈ পৰিছে লোক সকল । কোঁচ-ৰাজবংশী লোকসকলে খিলঞ্জীয়া হোৱাৰ পিছতো এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভ প্রকাশ কৰিছে লগতে বিদেশী ন্যায়াধীশকৰণৰ আদালতত নোযোৱাৰো ভাবুকি প্ৰদান কৰিছে ।

Intro:এন আৰ চিত নাম নাহিল ওদালগুৰিৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বহু লোকৰ নাম।

Body:বহু চৰ্চিত এন আৰ চিত নাম নাহিল ওদালগুৰিৰ খিলঞ্জীয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ বহু লোকৰ নাম। ফলত আতংকিত হৈ পৰিছে লোক সকল। খিলঞ্জীয়া হোৱাৰ পিছতো এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভ প্রকাশ কৰিছে কোচ ৰাজবংশী লোক সকলে । ভাবুকি দিছে বিদেশী ন্যায়াধীশকৰণৰ আদালতত নোযোৱাৰ । এই সন্দৰ্ভত ওদালগুৰিৰ ৰৌতাৰ পৰা আমাৰ এক প্ৰতিবেদন

Conclusion:
Last Updated : Sep 1, 2019, 11:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.