ETV Bharat / state

21 পৃষ্ঠাৰ চুইচাইড নোট, প্ৰসংগ মথুৰ চন্দ্ৰ নাথৰ আত্মহত্যা; CID এ গ্ৰেপ্তাৰ কৰিলে তিনি ঠিকাদাৰক

author img

By

Published : Oct 31, 2019, 8:24 PM IST

উল্লেখ্য যে, তৰুণ গগৈৰ কাৰ্যকালত প্ৰাক্তন বিধায়ক লস্কৰে চাৰিগৰাকী মধ্যভোগীৰ জৰিয়তে জলসিঞ্চন বিভাগৰ কৰ্মচাৰী মথুৰ নাথৰ পুত্ৰ প্ৰশান্ত নাথৰ লগতে বহু কেইজন ঠিকাদাৰক জলসিঞ্চন বিভাগত কাম দিয়াৰ প্ৰলোভনেৰে লক্ষাধিক টকাৰ উৎকোচ লোৱাৰ উপৰিও অন্য অবৈধ লেনদেনত জৰিত থকাৰ অভিযোগত অভিযুক্ত ৷ মথুৰ নাথে আত্মহনন কৰাৰ পূৰ্বে লিখি যোৱা টোকাত বিভাগটোৰ তদানীন্তন অ এছ ডি এনামূল হক লস্কৰ, ধীৰেন ডেকা, প্ৰতুল ভাগৱতী, ত্ৰইলোক্য মোহন কলিতা , দিলীপ দাস আৰু ঋতুপৰ্ণ বৰাসহ NDFBৰ আত্মসমৰ্পনকাৰী তিনি গৰাকী কেডাৰ জড়িত থকাৰ কথা উল্লেখ কৰিছিল।

CID এ গ্ৰেপ্তাৰ কৰিলে তিনি ঠিকাদাৰক

ওদালগুৰি,31 অক্টোবৰঃ CIDৰ জালত ওদালগুৰিৰ তিনি ঠিকাদাৰ ৷ জলসিঞ্চন বিভাগৰ কৰ্মচাৰী মথুৰ চন্দ্ৰ নাথৰ আত্মহত্যা ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে ঠিকাদাৰ কেইজনক ৷ পূৰ্বতে এই সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল প্ৰাক্তন কংগ্ৰেছী বিধায়ক এনামূল হক। গ্ৰেপ্তাৰ হোৱা বাগ্লালী , সুত্ৰধাৰ আৰু খটোৱাল উপাধিৰ ঠিকাদাৰ তিনিজনক বৰ্তমান চি আই ডিয়ে এক গোপন স্থানত ৰখা বুলি জানিব পৰা গৈছে ।

২০১২ চনত ২৬ নৱেম্বৰৰ ওদালগুৰি জলসিঞ্চন বিভাগৰ কৰ্মচাৰী মথুৰ চন্দ্ৰ নাথে আত্মহত্যা কৰাৰ ঘটনাৰ পিছত কৰ্মচাৰী জনৰ ২১ পৃষ্ঠাৰ আত্মহত্যাৰ টোকাকলৈ চাঞ্চল্য সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যত। অৱশেষত আত্মহত্যা টোকাৰ ভিত্তিত কিছুদিন পূৰ্বে ঘটনা সন্দৰ্ভত চি আই ডিয়ে গ্ৰেপ্তাৰ পৰিছিল সেই সময়ৰ জলসিঞ্চন বিভাগৰ অ এছ ডি তথা প্ৰাক্তন কংগ্ৰেছী বিধায়ক এনামূল হকক। এই সন্দৰ্ভত নাম সাঙোৰ খাই পৰিছিল ওদালগুৰিৰ তিনিজনকৈ ঠিকাদাৰৰ নাম। এনামূল হ'কে ঠিকাদাৰ কেইজনৰ পৰা মধ্যভোগীৰ জড়িয়তে ধন লৈ ঠিকা প্ৰদানত বিলম্ব হোৱাৰ বাবে ধনৰ লেন-দেনৰ সময়ত উপস্থিত থকা মথুৰ চন্দ্ৰ নাথক হেঁচা প্ৰদান কৰি আহিছিল বুলি আত্মহত্যা টোকাত উল্লেখ কৰিছিল মথূৰ চন্দ্ৰ নাথে। ওদালগুৰিৰ চি আই ডিয়ে ঘটনা সন্দৰ্ভত তিনি জন ঠিকাদাৰক গ্ৰেপ্তাৰ কৰে বুলি এক বিশেৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। গ্ৰেপ্তাৰ হোৱা বাগ্লালী , সুত্ৰধাৰ আৰু খটোৱাল উপাধিৰ ঠিকাদাৰ তিনিজনক বৰ্তমান চি আই ডিয়ে এটি গোপন স্থানত ৰখা বুলি জানিব পৰা গৈছে । ঠিকাদাৰ কেইজনে জলসিঞ্চন বিভাগৰ ৩ কোটি ১২ লাখ টকাৰ ঠিকা লাভৰ বাবে প্ৰায় ১৩ লাখ টকা উৎকোচ দিয়াৰ লগতে ঠিকা লাভত বিলম্ব হোৱাৰ বাবে মথুৰ চন্দ্ৰ নাথক হেঁচা প্ৰদানৰ অভিযোগ উত্থাপন হৈছিল। অৱশেষত এই সমগ্ৰ ঘটনা সন্দৰ্ভত কংগ্ৰেছী বিধায়ক এনামূল হকৰ গ্ৰেপ্তাৰ কৰাৰ পিছতে পুনৰ চৰ্চিত হৈছিল বিষয়টো।

তেজপুৰ আৰক্ষীয়ে মথুৰ নাথৰ আত্মহত্যাৰ পিচত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩০৬/৫০৬/৩৪ ধৰাত এক গোচৰ ৰুজু কৰে ৷ তেজপুৰ খানৰ গোচৰ নম্বৰ ১৬৫১/১২ ত তদন্ত আৰম্ভ হয় যদিও কংগ্ৰেছৰ তৃতীয়তো শাসন কালত সোনাই সমষ্টিৰ পৰা অসম বিধানসভালৈ বিধায়কৰূপে লস্কৰ নিৰ্বাচিত হোৱাৰ পৰিপ্ৰেক্ষিতত উক্ত তদন্ত ৰহস্যজনক ভাৱে স্থগিত হৈ পৰিছিল।

CID ৰ জালত প্ৰাক্তন কংগ্ৰেছী বিধায়ক এনামূল হক লস্কৰ

Intro:CID ৰ জালত ওদালগুৰিৰ তিনি ঠিকাদাৰ

জলসিঞ্চন বিভাগৰ কৰ্মচাৰী মথুৰা চন্দ্ৰ নাথৰ আত্মহত্যা ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে ঠিকাদাৰ কেইজনক

পূৰ্বতে এই সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল প্ৰাক্তন কংগ্ৰেছী বিধায়ক এনামূল হক।

গ্ৰেপ্তাৰ হোৱা বাগ্লালী , সুত্ৰধাৰ আৰু খটোৱাল উপাধিৰ ঠিকাদাৰ তিনিজনক বৰ্তমান চি আই ডিয়ে এটি গোপন স্থানত ৰখা বুলি জানিব পৰা গৈছে । Body:

২০১২ চনত ২৬ নৱেম্বৰৰ ওদালগুৰি জলসিঞ্চন বিভাগৰ কৰ্মচাৰী মথুৰ চন্দ্ৰ নাথে আত্মহত্যা কৰাৰ ঘটনাৰ পিছত কৰ্মচাৰী জনৰ ২১ পৃষ্ঠাৰ আত্মহত্যাৰ টোকাকলৈ চাঞ্চল্য সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যত।
অৱশেষত আত্মহত্যা টোকাৰ ভিত্তিত কিছু দিন পূৰ্বে ঘটনা সন্দৰ্ভত চি আই ডিয়ে গ্ৰেপ্তাৰ পৰিছিল সেই সময়ৰ জলসিঞ্চন বিভাগৰ অ এছ ডি তথা প্ৰাক্তন কংগ্ৰেছী বিধায়ক এনামূল হকক। এই সন্দৰ্ভত নাম সাঙোৰ খাই পৰিছিল ওদালগুৰিৰ তিনিজনকৈ ঠিকাদাৰৰ নাম। এনামূল হ'কে ঠিকাদাৰ কেইজনৰ পৰা মধ্যভোগীৰ জড়িয়তে ধন লৈ ঠিকা প্ৰদানত বিলম্ব হোৱাৰ বাবে ধন লেন দেনত সময়ত উপস্থিত থকা মথূৰ চন্দ্ৰ নাথক হেচা প্ৰদান কৰি আহিছিল বুলি আত্মহত্যা টোকাত উল্লেখ কৰিছিল মথূৰ চন্দ্ৰ নাথে। ওদালগুৰিৰ চি আই ডিয়ে ঘটনা সন্দৰ্ভত তিনি জন ঠিকাদাৰক গ্ৰেপ্তাৰ কৰে বুলি এক বিশেৰ সুত্ৰৰ পৰা জানিব পৰা গৈছে। গ্ৰেপ্তাৰ হোৱা বাগ্লালী , সুত্ৰধাৰ আৰু খটোৱাল উপাধিৰ ঠিকাদাৰ তিনিজনক বৰ্তমান চি আই ডিয়ে এটি গোপন স্থানত ৰখা বুলি জানিব পৰা গৈছে । ঠিকাদাৰ কেইজনে জলসিঞ্চন বিভাগৰ ৩ কোতি ১২ লাখ টকাৰ ঠিকা লাভৰ বাবে প্ৰায় ১৩ লাখ টকা উৎকোচ দিয়াৰ লগতে ঠিকা লাভত বিলম্ব হোৱাৰ বাবে মথুৰ চন্দ্ৰ নাথক হেচা প্ৰদানৰ অভিযোগ উত্থাপন হৈছিল। অৱশেষত এই সমগ্ৰ ঘটনা সন্দৰ্ভত কংগ্ৰেছী বিধায়ক এনামূল হকৰ গ্ৰেপ্তাৰ কৰাৰ পিছতে পুনৰ চৰ্চিত হৈছিল বিষয়টো।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.