তিনিচুকীয়া, 23 অক্টোবৰঃ তিনিচুকীয়া জিলাৰ শংকৰ চাহ বাগিচাৰ অপহৃত চাহ কৰ্মচাৰী গৌৰাংগ চন্দ্ৰ দেৱক মুক্তি আলফা স্বাধীনৰ ৷ আজি সন্ধিয়া আলফা স্বাধীনৰ সদস্যই অপহৃত গৌৰাংগ চন্দ্ৰ দেৱক কোনো অজ্ঞাত স্থানত মুকলি কৰি দিয়ে ৷ সম্প্ৰতি শংকৰ চাহ বাগিচাৰ আৱাসত আহি উপস্থিত হৈছেহি গৌৰাংগ চন্দ্ৰ দেৱ ৷ সম্প্ৰতি সুস্থ হৈ আছে গৌৰাংগ চন্দ্ৰ দেৱ ৷
আলফাই মুকলি কৰি দিলে গৌৰাংগ চন্দ্ৰ দেৱক - Gauranga Chandra Dev news
সম্প্ৰতি শংকৰ চাহ বাগিচাৰ আৱাসত আহি উপস্থিত হৈছেহি গৌৰাংগ চন্দ্ৰ দেৱ ৷ সম্প্ৰতি সুস্থ হৈ আছে গৌৰাংগ চন্দ্ৰ দেৱ ৷

-gauranga-chandra-dev
তিনিচুকীয়া, 23 অক্টোবৰঃ তিনিচুকীয়া জিলাৰ শংকৰ চাহ বাগিচাৰ অপহৃত চাহ কৰ্মচাৰী গৌৰাংগ চন্দ্ৰ দেৱক মুক্তি আলফা স্বাধীনৰ ৷ আজি সন্ধিয়া আলফা স্বাধীনৰ সদস্যই অপহৃত গৌৰাংগ চন্দ্ৰ দেৱক কোনো অজ্ঞাত স্থানত মুকলি কৰি দিয়ে ৷ সম্প্ৰতি শংকৰ চাহ বাগিচাৰ আৱাসত আহি উপস্থিত হৈছেহি গৌৰাংগ চন্দ্ৰ দেৱ ৷ সম্প্ৰতি সুস্থ হৈ আছে গৌৰাংগ চন্দ্ৰ দেৱ ৷
তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱালৰ প্ৰতিবেদন
কি কয় গৌৰাংগ চন্দ্ৰ দেৱে!

Intro:Big Breaking news
> তিনিচুকীয়া জিলাৰ শংকৰ চাহ বাগিচাৰ অপহৃত চাহ কৰ্মচাৰী গৌৰাংগ চন্দ্ৰ দেৱ’ক মুক্তি আলফা স্বাধীনৰ ৷
> আজি সন্ধিয়া আলফা স্বাধীনৰ সদস্যই অপহৃত গৌৰাংগ চন্দ্ৰ দেৱক কোনো অজ্ঞাত স্থানত মুকলি কৰি দিয়ে ৷
> সম্প্ৰতি শংকৰ চাহ বাগিচাৰ আৱাসত আহি উপস্থিত হৈছেহি গৌৰাংগ চন্দ্ৰ দেৱ ৷Body:NoConclusion:Mintu Talukdar
Sadiya

Last Updated : Oct 23, 2019, 11:20 PM IST