তিনিচুকীয়া, 27 এপ্ৰিলঃ তিনিচুকীয়া মাকুমত শোকাৱহ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত বাইক আৰোহী ৷ শনিবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত হয় এই দুৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহত মাকুমৰ বৰতৰানী গাঁৱৰ চিৰঞ্জীৱ নেওগ ৷ বাইক চলাই ঘৰলৈ গৈ থকা অৱস্থাতে ডিগবৈ পথৰ নাহৰ ভবনৰ ওচৰত এখন চলন্ত অ'ট লগত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে থিতাতে নিহত হয় যুৱকজন ৷
মাকুমত শোকাৱহ পথ দুৰ্ঘটনা, নিহত 1 - assam news

2019-04-27 22:44:07
দুৰ্ঘটনাত নিহত মাকুমৰ বৰতৰানী গাঁৱৰ চিৰঞ্জীৱ নেওগ ৷ বাইক চলাই ঘৰলৈ গৈ থকা অৱস্থাতে ডিগবৈ পথৰ নাহৰ ভবনৰ ওচৰত এখন চলন্ত অ'ট লগত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে থিতাতে নিহত হয় যুৱকজন

Date: 27-04-2019
মাকুমত বাইক দুৰ্ঘটনাত এজন যুৱক নিহত
শনিবাৰে নিশা প্ৰায় ৯ মান বজাত মাকুমত এক বাইক দুৰ্ঘটনাত থিতাতে এজন যুৱকৰ মৃত্যু হয় ।
নিহত যুৱকজন মাকুম বৰতৰানী গাঁওৰ চিৰঞ্জীৱ নেওগ(২০) ।
নিজা বাইক চলাই যুৱকজন ঘৰলৈ গৈ থাকোতে ডিগবৈ পথৰ নাহৰ ভবনৰ ওচৰত এখন চলন্ত অ'ট লগত হোৱা সংঘৰ্ষত থিতাতে নিহত হয় ।Body:Breaking News
Date: 27-04-2019
মাকুমত বাইক দুৰ্ঘটনাত এজন যুৱক নিহত
শনিবাৰে নিশা প্ৰায় ৯ মান বজাত মাকুমত এক বাইক দুৰ্ঘটনাত থিতাতে এজন যুৱকৰ মৃত্যু হয় ।
নিহত যুৱকজন মাকুম বৰতৰানী গাঁওৰ চিৰঞ্জীৱ নেওগ(২০) ।
নিজা বাইক চলাই যুৱকজন ঘৰলৈ গৈ থাকোতে মাকুম-ডিগবৈ পথৰ নাহৰ ভবনৰ ওচৰত এখন চলন্ত অ'ট' লগত হোৱা সংঘৰ্ষত থিতাতে নিহত হয় ।Conclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম