ETV Bharat / state

তিনিচুকীয়াত মৰাণ জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰতিবাদী সমদল

author img

By

Published : Feb 7, 2020, 9:00 PM IST

শুকুৰবাৰে CAA বিৰোধিতাৰে তিনিচুকীয়াত মৰাণ জনগোষ্ঠীৰ ছয়টাকৈ সংগঠনৰ উদ্যোগত "বিশাল সাংস্কৃতিক গণ প্ৰতিবাদী সমদল" বাহিৰ কৰা হয় । জিলাখনৰ প্ৰায় 1 সহস্রাধিক মৰাণ ৰাইজে তিনিচুকীয়াৰ কচুজান খেলপথাৰৰ পৰা বাহিৰ কৰে প্ৰতিবাদী সমদল ৷

তিনিচুকীয়া
তিনিচুকীয়াত মৰাণ জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰতিবাদী সমদল

তিনিচুকীয়া, 7 ফেব্ৰুৱাৰীঃ ৰাজ্যত অব্যাহত জাতিধ্বংসী CAA বিৰুদ্ধে প্ৰতিবাদ । শুকুৰবাৰে CAA বিৰোধিতাৰে তিনিচুকীয়াত মৰাণ জনগোষ্ঠীৰ ছয়টাকৈ সংগঠনৰ উদ্যোগত "বিশাল সাংস্কৃতিক গণ প্ৰতিবাদী সমদল" বাহিৰ কৰা হয় । মৰাণ জনগোষ্ঠীৰ গায়ন-বায়নকে ধৰি বিভিন্ন সাংস্কৃতিক দলৰ লগতে জিলাখনৰ প্ৰায় 1 সহস্রাধিক মৰাণ ৰাইজে তিনিচুকীয়াৰ কচুজান খেলপথাৰৰ পৰা থানা চাৰিআলি হৈ চেনাইৰাম বৰ্ডিং খেলপথাৰলৈ সমদল বাহিৰ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।

প্ৰতিবাদী সমদল বাহিৰ কৰি সংগঠন কেইটাই কোনো কাৰণতে CAA গ্ৰহণ নকৰাৰ হুংকাৰ প্ৰদানৰ লগতে জনগোষ্ঠীটোক শীঘ্ৰে জনজাতিকৰণৰো দাবী জনায় ।

আৰু পঢ়কঃ মহুৰাপথাৰত শংকৰ সংঘৰ অধিবেশনৰ ধৰ্মধ্বজ্বা উত্তোলন

Intro:Breaking

ৰাজ্যত অব্যাহত জাতিধ্বংসী কা'ৰ বিৰুদ্ধে প্ৰতিবাদ ।

এইবাৰ কা'ৰ বিৰোধিতাৰে তিনিচুকীয়াত মৰাণ জনগোষ্ঠীৰ ছয়টাকৈ সংগঠনৰ উদ্যোগত "বিশাল সাংস্কৃতিক গণ প্ৰতিবাদী সমদল" কাৰ্য্যসূচী ।

মৰাণ জনগোষ্ঠীৰ গায়ন-বায়নকে ধৰি বিভিন্ন সাংস্কৃতিক দলৰ লগতে জিলাখনৰ প্ৰায় ১সহশ্ৰাধিক মৰাণ ৰাইজে তিনিচুকীয়াৰ কচুজান খেলপথাৰৰ পৰা থানাচাৰিআলি হৈ চেনাইৰাম বৰ্ডিং খেলপথাৰলৈ সমদল বাহিৰ কৰি সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ।

প্ৰতিবাদী সমদল বাহিৰ কৰি সংগঠন কেইটাই কোনো কাৰণতে কা' গ্ৰহণ নকৰাৰ হুংকাৰ প্ৰদানৰ লগতে জনগোষ্ঠীটোক অতিশীঘ্ৰে জনজাতিকৰণৰো দাবী জনায় ।Body:BYET:- প্ৰতাপ মৰাণ,নেতা,সদৌ মৰাণ ছাত্ৰ সন্থা৷Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাকত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.