ETV Bharat / state

এনএছচিএনৰ চাৰিগৰাকী নেতাক ম'ষ্ট ৱান্টেড ঘোষণা - কিলোনছাৰ ৰাবি ৱাংগো

এনএছচিএনৰ চাৰিগৰাকী নেতাক ম'ষ্ট ৱান্টেড ঘোষণা
author img

By

Published : Aug 10, 2019, 8:51 AM IST

Updated : Aug 10, 2019, 9:55 AM IST

09:40 August 10

এনএছচিএনৰ চাৰিগৰাকী নেতাক ম'ষ্ট ৱান্টেড ঘোষণা

তিনিচুকীয়া, 10 আগষ্টঃ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই চাৰিগৰাকীকৈ এনএছচিএন আইএম নেতাৰ বিৰুদ্ধে ৰুজু কৰিছে ম'ষ্ট ৱান্টেড জাননী ৷ RC 03/2019/NIA/GUW(09-06-2019)নম্বৰত নিয়াই গোচৰ ৰুজু কৰি নেতাকেইগৰাকীৰ বিৰুদ্ধে ঘোষণা কৰিছে নগদ ধনৰ পুৰস্কাৰ ৷

নিয়াৰ জাননী জাৰী নেতাকেইজন মেজৰ জেনেৰেল এবচুলেন টাংখুল, লে. কৰ্নেল আপেম, কেপ্টেইন ইলি কেটক আৰু কিলোনছাৰ ৰাবি ৱাংগো বুলি জানিব পৰা গৈছে ৷ 

উল্লেখ্য যে, অৰুণাচলৰ টিৰাপ সমষ্টিৰ বিধায়ক টিৰন আবহৰ লগতে আন দহগৰাকী লোকৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল এইকেইজন বিদ্ৰোহী নেতা ৷ 

08:29 August 10

বিধায়ক টিৰন আবহৰ হত্যাকাণ্ডত জড়িত চাৰিওগৰাকী বিদ্ৰোহী নেতা

  • এনএছচিএন আইএমৰ চাৰিগৰাকী বিদ্ৰোহী নেতাক ম'ষ্ট ৱান্টেড ঘোষণা
  • ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই ঘোষণা কৰিছে মষ্ট ৱান্টেড
  • নিয়াই RC 03/2019/NIA/GUW(09-06-2019)নম্বৰত গোচৰ ৰুজু কৰিছে
  • নেতাকেইজনৰ বিৰুদ্ধে ঘোষণা কৰা হৈছে নগদ ধনৰ পুৰস্কাৰ
  • নেতাকেইজন হৈছে মেজৰ জেনেৰেল এবচুলেন টাংখুল, লে. কৰ্নেল আপেম, কেপ্টেইন ইলি কেটক আৰু কিলোনছাৰ ৰাবি ৱাংগো
  • বিধায়ক টিৰন আবহৰ লগতে আন দহজন লোকৰ হত্যাকাণ্ডত জড়িত আছিল এইকেইজন বিদ্ৰোহী নেতা

Intro:Body:

BIG BREAKING NEWS

NIA তৰফৰ পৰা NSCN আই এম ৰ  চাৰিজন নেতাক MOST WANTED ঘোষনা / এই চাৰিজন নেতা অৰুনাচলৰ  প্ৰদেশৰ টিৰাপ জিলাৰ/ আৰু মনিপুৰৰ ৱাখা জিলাৰ

NSCN  আই এমৰ নেতা কেইজন হৈছে ঃ

1. স্বয়ম্ভু মেজৰ জেনেৰেল এবচুলেন টাংখুল ,

মনিপুৰ ৱাখা জিলাৰ 

এই গৰাকী NSCN নেতাক ধৰাই দিওতা জনক তিনি লাখ পুৰস্কৃত কৰিব /

2.S S LT CORNEL APEM,

তিজিত জিলা নগালেণ্ড 

এই জনৰ বিৰুদ্ধে দুই লাখ 

3, S S Captian EILIE KETOK,

টিৰাপ জিলা 

4,  S S KILONSER RAVI WANGNO

পিতা ৱাংঘে ৱাংনো

vill dadam,

টিৰাপ জিলা অৰুনাচল প্ৰদেশ 

এই জনৰ বিৰুদ্ধে দুই লাখ ঘোষণা ,

NIA য়ে  NIA casr no RC 03/2019/NIA/GUW(09 /06/2019 )

য়োৱা ২১ মে তাৰিখে টিৰাপৰ NPP বিধায়ক টিৰং আবুৰ লগতে আন দহজনক খুনচালৈ গৈ থাকোতে হত্যা কৰিছিল NSCN IM য়ে

Conclusion:
Last Updated : Aug 10, 2019, 9:55 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.