মাঘেৰিটা,29 জুলাই : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত এক ঘটনাকলৈ চাঞ্চল্য ৷ ঘটনাটো সংঘটিত হৈছে বালুখাদিত থকা শিৱ মন্দিৰ এটাক কেন্দ্ৰ কৰি ৷ স্থানীয় ৰাইজৰ দাবী যে মন্দিৰটোৰ সদাশিৱৰ দুই মূল সাৰথিৰ অন্যতম নন্দীৰ মাৰ্বল মূৰ্তিয়ে পান কৰিছে দুগ্ধ ৷ এই কথা ৰাষ্ট্ৰ হোৱাৰ লগে লগে অন্ধবিশ্বাসী তথা উৎসুক লোকৰ মন্দিৰটোলৈ অহৰহ সমাগম ঘটিছে। ইয়াৰ লগে লগে মন্দিৰটোত আৰম্ভ হৈছে ভক্তপ্ৰাণ ৰাইজৰ পূৰ্জা অৰ্চনা। কিন্তু সচেতন মহলে এই কথা নস্যাৎ কৰিছে ৷ এই ঘটনাক লৈ উৰাবাতৰি নিবিয়পাবলৈ আহ্বান জনাইছে ৷
বিজ্ঞানৰ চমক নে অলৌকিকতা ? মাৰ্বলৰ মূৰ্তিয়ে পান কৰিছে দুগ্ধ !!
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত অলৌকিক ঘটনাকলৈ চাঞ্চল্য ৷ বালুখাদিত স্থিত শিৱ মন্দিৰৰ মাৰ্বল মূৰ্তিয়ে পান কৰিছে দুগ্ধ
মাঘেৰিটা,29 জুলাই : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত এক ঘটনাকলৈ চাঞ্চল্য ৷ ঘটনাটো সংঘটিত হৈছে বালুখাদিত থকা শিৱ মন্দিৰ এটাক কেন্দ্ৰ কৰি ৷ স্থানীয় ৰাইজৰ দাবী যে মন্দিৰটোৰ সদাশিৱৰ দুই মূল সাৰথিৰ অন্যতম নন্দীৰ মাৰ্বল মূৰ্তিয়ে পান কৰিছে দুগ্ধ ৷ এই কথা ৰাষ্ট্ৰ হোৱাৰ লগে লগে অন্ধবিশ্বাসী তথা উৎসুক লোকৰ মন্দিৰটোলৈ অহৰহ সমাগম ঘটিছে। ইয়াৰ লগে লগে মন্দিৰটোত আৰম্ভ হৈছে ভক্তপ্ৰাণ ৰাইজৰ পূৰ্জা অৰ্চনা। কিন্তু সচেতন মহলে এই কথা নস্যাৎ কৰিছে ৷ এই ঘটনাক লৈ উৰাবাতৰি নিবিয়পাবলৈ আহ্বান জনাইছে ৷
Pacage।।।।মাৰ্ঘেৰিটাত অলৌকিক ঘটনাকলৈ চান্ঞ্চল্য ঃ শিৱ মন্দিৰত নন্দী মূৰ্তিয়ে পান কৰিছে দুগ্ধ ।
O.C তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বালুখাদিত িস্থত শিৱ মন্দিৰ এটিত অলৌকিক ঘটনা সংঘটিত হৈছে । মাৰ্বল পাথৰেৰে নিৰ্মিত নন্দীৰ মূৰ্তিৰ দ্বাৰা অনৰ্গল দুগ্ধ পান কৰা বুলি ৰাইজে দাবী কৰিছে । ৰাইজৰ মাজত উৎসুকতা । বহুসংখ্যক লোকৰ সমাগম ।
V.O. তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত চান্ঞ্চল্য । বালুখাদ নামৰ অন্ঞ্চলত অৱস্থিত শিৱ মন্দিৰ এটাই এই চান্ঞ্চল্যৰ উৎস । স্থানীয় ৰাইজৰ দাবী সদাশিৱৰ দুই মৃল সাৰথিৰ অন্যতম নন্দীৰ মাৰ্বল মূৰ্তিয়ে পান কৰিছে দুগ্ধ ।
V.O. এই কথা ৰাজহুৱা হোৱাৰ লগে লগে অন্ধবিশ্বাসী তথা উৎসুক লোকৰ মন্দিৰটোলৈ সমাগম ঘটিছে । ইয়াৰ লগে লগে আৰম্ভ হৈছে পূৰ্জা অৰ্চনা ।Body:Byte-bhokto
Byte-bhoktoConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ