ETV Bharat / state

মাকুমত উদ্ধাৰ চাৰি নিৰুদ্দিষ্ট ছাত্ৰ

বিদ্যালয়লৈ যোৱাৰ পথত নিৰুদ্দিষ্ট হৈছিল তিনিচুকীয়া ফিল'বাৰীৰ চাৰিজন ছাত্ৰ ৷

author img

By

Published : May 7, 2019, 12:53 AM IST

মাকুমত উদ্ধাৰ চাৰি নিৰুদ্দিষ্ট ছাত্ৰ

ডুমডুমা, 6 মে' : তিনিচুকীয়াৰ চাৰি নিৰুদ্দিষ্ট ছাত্ৰক উদ্ধাৰ ৷ তিনিচুকীয়া আৰক্ষীৰ অভিযানত মাকুমত উদ্ধাৰ হয় ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰা চাৰিজনকৈ ছাত্ৰ ৷ তিনিচুকীয়া ফিল'বাৰীৰ পৰা বিদ্যালয়লৈ যোৱাৰ পথত নিৰুদ্দেশ হৈছিল বৰগাঁও, বিষ্ণুপুৰ আৰু বিজুলীবন গাঁৱৰ জীৱন খনাল, বিষ্ণু কটেল, নন্দলাল আৰু ওমবাহাদুৰ নামৰ লোককেইজনৰ পুত্ৰ ৷ সপ্তম আৰু অষ্টম শ্ৰেণীত অধ্যয়নৰত এই চাৰিজন ছাত্ৰ ৷

etv bharat assam
মাকুমত উদ্ধাৰ চাৰি নিৰুদ্দিষ্ট ছাত্ৰ

বিদ্যালয় ছুটীৰ পৰলৈকে ছাত্ৰকেইজন নিজ ঘৰলৈ উভতি নহাত আৰক্ষীৰ কাষ চাপিছিল অভিভাৱক ৷ অৱশেষত পৰিয়ালৰ লোকে ফিল'বাৰী আৰক্ষীৰ ওচৰত দাখিল কৰা এক এজাহাৰৰ ভিত্তিতেই ফিল'বাৰী আৰক্ষী থানাৰ উপ আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে মাকুমৰ পৰা উদ্ধাৰ কৰে ছাত্ৰ চাৰিজনক ৷

Intro:তিনিচুকীয়াৰ ফিল'বাৰীত চাৰিজনকৈ কিশোৰ নিৰুদ্দেশBody:Date: 06-05-2019

Story: চাৰিজনকৈ কিশোৰ নিৰুদ্দেশ, ফিল'বাৰীত চাঞ্চল্য

V/O: আজি তিনিচুকীয়াৰ ফিল'বাৰীৰ স্থানীয় এখন ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ চাৰিজনকৈ কিশোৰ বিদ্যালয়ৰ ঘৰলৈ আহি খেলিবলৈ যাওঁতে নিৰুদ্দেশ হোৱাৰ বার্তাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । তথ্য অনুসৰি বৰগাঁও, বিষ্ণুপুৰ আৰু বিজুলীবন গাঁৱৰ জীৱন খনাল, বিষ্ণু কটেল, নন্দলাল আৰু ওমবাহাদুৰৰ পুত্ৰ তথা স্থানীয় ইংৰাজী মাধ্যমৰ মিছনেৰী বিদ্যালয়ৰ সপ্তম আৰু অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ কেইজন পুৱাই বিদ্যালয় লৈ অধ্যয়নৰ বাবে গৈছিল যদিও বিদ্যালয় ছুটীৰ পিছত নিৰ্দিষ্ট সময়ত নিজা ঘৰত আহি উপস্থিত হৈ পুনৰ খেলিবলৈ গৈছিল । কিন্তু সন্ধিয়া পৰ্য্যন্ত কিশোৰ কেইজন ঘৰলৈ ঘূৰি নহাত তেওঁলোকৰ অভিভাৱক চিন্তিত হৈ পৰে । বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰাৰ অন্তত কোনো শুংসূত্ৰ নোপোৱাত অভিভাৱক সকল বিমোৰত পৰি ফিল'বাৰী আৰক্ষী থানাত নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰে । ইতিমধ্যে আৰক্ষীয়ে জোৰ তদন্ত চলাই আছে যদিও এই প্ৰজন্ত নিৰুদ্দেশৰ কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমConclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.