ETV Bharat / state

লিডু মহাবিদ্যালয়ৰ প্ৰাংগনত কাৰাটে প্ৰশিক্ষণ - জাপান কাৰাটে শ্বুটু ফেডাৰেচন

লিডু মহাবিদ্যালয়ৰ প্ৰাংগনত কাৰাটে প্ৰশিক্ষণ শিৱিৰ ৷ ১৫ জুলাইৰ পৰা অনুষ্ঠিত হৈছে চাৰিদিনীয়া কাৰাটে প্ৰশিক্ষণ শিৱিৰ |

লিডু মহাবিদ্যালয়ৰ প্ৰাংগণত কাৰাটে প্ৰশিক্ষণ
author img

By

Published : Jul 19, 2019, 1:14 PM IST

লিডু, 19 জুলাইঃ লিডু মহাবিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হৈছে কাৰাটে প্ৰশিক্ষণ শিৱিৰ ৷ ১৫ জুলাইৰ পৰা জে কে এচৰ অধীনত অনুষ্ঠিত হৈছে এই চাৰিদিনীয়া কাৰাটে প্ৰশিক্ষণ শিৱিৰ ৷ জাপান কাৰাটে শ্বুটু ফেডাৰেচনৰ অধীনস্থ জে কে এচ শ্বুটুজুকো ইণ্ডিয়াৰ তত্বাৱধানত অনুষ্ঠিত হৈছে এই শিৱিৰ | এই শিৱিৰত মুঠ ২১ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছে ৷ ৰমেশ শইকীয়াৰ তত্বাৱধানত প্ৰশিক্ষণ দিয়া হৈছে প্ৰশিক্ষাৰ্থী সকলক ৷

লিডু মহাবিদ্যালয়ৰ প্ৰাংগণত কাৰাটে প্ৰশিক্ষণ

শিৱিৰটোত বিশেষ পৰ্যবেক্ষক ৰূপে অংশ গ্ৰহণ কৰে কাৰাটে সংস্থাটোৰ ভাৰতীয় গোটৰ জাতীয় মুখ্য প্ৰশিক্ষক কেৰেলাৰ সুদীপ টি চাৰিয়াকে ৷ এই শিৱিৰটোত অংশ গ্ৰহণ কৰা কাৰাটে খেলুৱৈ সকলক তেওঁলোকৰ প্ৰদৰ্শন অনুযায়ী বেল্ট সমূহ প্ৰদান কৰা হয় ৷

Intro:লিডু মহাবিদ্যালয়ৰ প্ৰাঙ্গণত কাৰাটে প্ৰশিক্ষণ শিবিৰ অনুস্থিত

লিডু মহাবিদ্যালয় প্ৰাঙ্গণত যোৱা ১৫ জুলাই তাৰিখৰ পৰা জে কে এচৰ এক চাৰিদিনীয়া কাৰাটে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় | জাপান কাৰাটে শ্বুটু ফেডাৰেচনৰ অধীনস্থ জে কে এচ শ্বুটুজুকো ইণ্ডিয়াৰ তত্বাৱধানত অনুষ্ঠিত হয় এই শিৱিৰ | তিনিচুকীয়া জিলাৰ জাগুনৰ পৰা মাৰ্ঘেৰিটালৈকে আকোৱালী লোৱা এই শিৱিৰটোত মুঠ ২১ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে | ৰমেশ শইকীয়াই প্ৰশিক্ষণ দি থকা এই কাৰাটে প্ৰশিক্ষন শিবিৰত প্ৰশিক্ষাৰ্থী সকলক মানদন্দৰ ওপৰত সন্মানিত কৰা হয় | শিবিৰটোত বিশেষ পৰ্যবেক্ষক ৰূপে অংশ গ্ৰহণ কৰে কাৰাটে সংস্থাটোৰ ভাৰতীয় গোটৰ জাতীয় মূখ্য প্ৰশিক্ষক কেৰেলাৰ সুদীপ টি চাৰিয়াকে | লগতে এই শিৱিৰটোত অংশ গ্ৰহণ কৰা কাৰাটে খলুৱৈ সকলক তেওঁলোকৰ প্ৰদৰ্শন অনুযায়ী বেল্ট সমূহ প্ৰদান কৰে |Body:Byte-trainerConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.