ETV Bharat / state

লিডু বজাৰত বিহু পালন - পাৰবিন চুলতানা

শোভাযাত্ৰাত বেহাৰবাৰী আউটপোষ্টৰ অভিনেত্ৰী পাৰবিন চুলতানা(সুস্মিতা)ৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ ৩০ টা কৈও অধিক সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে । বিহুমেলাখনত এক সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হয় ।

১৬ তম কেন্দ্ৰীয় সমন্বয় ৰঙালী বিহু
author img

By

Published : May 15, 2019, 1:16 PM IST

মাৰ্ঘেৰিটা,১৫মে' : দুদিনীয়া কাৰ্যসূচীৰে মাৰ্ঘেৰিটাৰ লিডু বাজাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পালন কৰা হয় ১৬ তম কেন্দ্ৰীয় সমন্বয় ৰঙালী বিহু । এই ৰঙালী বিহুখনত এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । শোভাযাত্ৰাত বেহাৰবাৰী আউটপোষ্টৰ অভিনেত্ৰী পাৰবিন চুলতানা(সুস্মিতা)ৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ ৩০ টা কৈও অধিক সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে । বিহুমেলাখনত এক সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হয় ।

Intro:লিডুত ১৬ তম্ কেন্দ্ৰীয় সমন্বয় ৰঙালী বিহু , বিশাল সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহন কৰিলে অভিনেত্ৰী সুস্মিতাই

লিডুত আজিৰে পৰা আৰম্ভ হৈছে ১৬ তম্ কেন্দ্ৰীয় সমন্বয় ৰঙালী বিহু সন্মিলন ৷ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লিডু বাজাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে কেন্দ্ৰীয় সমন্বয় ৰঙালী বিহুমেলা খনি ৷ আজি প্ৰথম দিনাৰ কাৰ্যসূচীৰ অনুসৰি পুৱা পতাকা উত্তোলন কৰে উদ্-যাপন সমিতিৰ সভাপতি বিমল সিঙে , স্মৃতি তৰ্পন কৰে উদ্-যাপন সমিতিৰ সম্পাদক কাঞ্চন বৰাই আৰু তাৰ পাছতেই লিডুৰ ৰাজপথেৰে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত ৩০ টা কৈওঁ অধিক সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা দেখা গল ৷ ইফালে , বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বেহাৰবাৰী আউটপষ্ট চিৰিয়েলৰ সুস্মিতা নামে খ্যাত মোহময়ী অভিনেত্ৰী পাৰবিন চুলতানাই ৷ ৰঙালী বিহুৰ উদ্-যাপন স্থলীৰ পৰা লিডু পেট্ৰল পাম্পৰ লৈকে পদযাত্ৰা কৰা শোভাযাত্ৰাত কেইবাশতাধিক লোকে স্বত:স্ফুত ভাৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ আনহাতে , শোভাযাত্ৰাৰ শেষত শিল্পী পাৰবিন চুলতানাই ৰাইজক উদেশ্য কৰি তেখতৰ স্বভাৱ সূলভ ভঙ্গীমাৰে কেইবাটাওঁ সংলাপ উপস্থাপন কৰে ৷৷ মুঠৰ ওপৰত বিহুমেলা খনিৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে আপ্লুট কৰি তুলাৰ পৰিলক্ষিত হ'ল ৷ উল্লেখ্য যে , শেষৰ দিনা সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব জনপ্ৰিয় কন্ঠশিল্পী সুস্মিতা তৃষাৰে ৷Body:Byte-actress sushmitaConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.