ETV Bharat / state

পৰাগ ভূঞাৰ মৃত্যুৰ তদন্তৰ দাবীত কাকপথাৰত সাংবাদিকৰ প্ৰতিবাদ

author img

By

Published : Nov 17, 2020, 5:23 PM IST

প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ বাসগৃহৰ সন্মুখত কাকপথাৰৰ সাংবাদিক সকলে ভূঞাৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷ সাংবাদিকৰ নিৰাপত্তা সু-নিশ্চিত নকৰাৰ পৰ্যন্ত আন্দোলন অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে সাংবাদিকসকলে ৷

kakopothar-journalist-protest
পৰাগ ভূঞাৰ মৃত্যুৰ তদন্তৰ দাবীত কাকপথাৰত সাংবাদিকৰ প্ৰতিবাদ

শদিয়া, 17 নৱেম্বৰ : কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহত ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ এক ৰহস্যজনক পথ দুৰ্ঘটনাত মৃত্যু হোৱা সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে সাংবাদিকৰ নিৰাপত্তা সু-নিশ্চিত কৰাৰ দাবীত কাকপথাৰতো সাংবাদিকে সাব্যস্ত কৰে প্ৰতিবাদ ৷

প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ বাসগৃহৰ সন্মুখত সাংবাদিকসকলে ভূঞাৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত হাতে হাতে প্লে কাৰ্ড লৈ ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে ৷ অসমৰ সাংবাদিকৰ হত্যা বন্ধৰ লগতে সাংবাদিকৰ নিৰাপত্তা সু-নিশ্চিত নকৰাৰ পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে কাকপথাৰ প্ৰেছ ক্লাবৰ বিষয়ববীয়াই ৷

লগতে পঢ়ক: ৰঙাপৰাত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণ কৰি হত্যাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.