ETV Bharat / state

বৰফৰ শুভ্ৰ দলিচাৰে মায়াময় মায়’ডিয়া - ARUNACHAL PRADESH MAIODIA

তিনিচুকীয়া চহৰৰ পৰা মাত্ৰ ১৬৫ কিঃমি ৰ নিলগত অৱস্থিত মায়’ডিয়া ৷ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৭ হাজাৰ ৭ শ ১১ ফুট উচ্চতাত অৱস্থিত এই মায়’ডিয়াৰ প্ৰাকৃতিক সৌন্দৰ্যই ৰিঙিয়াই মাতিছে পৰ্যটকক ৷

heavy snowfall at Mayodiya
বৰফৰ শুভ্ৰ দলিচাৰে আবৃত্ত মায়’ডিয়া
author img

By

Published : Jan 13, 2020, 12:33 PM IST

শদিয়া,13 জানুৱাৰীঃ অৰুণাচল প্ৰদেশৰ এক নান্দনিক দৃশ্য ৷ বৰফৰ শুভ্ৰ দলিচাই মোহনীয় কৰি তুলিছে অৰুণাচল প্ৰদেশৰ মায়'ডিয়া সেউজীয়া পাহাৰক ৷ তিনিচুকীয়া চহৰৰ পৰা মাত্ৰ ১৬৫ কিঃমিঃ ৰ নিলগত অৱস্থিত মায়’ডিয়া ৷ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৭ হাজাৰ ৭ শ ১১ ফুট উচ্চতাত অৱস্থিত এই মায়’ডিয়াৰ প্ৰাকৃতিক সৌন্দৰ্যই ৰিঙিয়াই মাতিছে পৰ্যটকক ৷

বৰফৰ শুভ্ৰ দলিচাৰে আবৃত্ত মায়’ডিয়া

সাধাৰণতে শীত কালৰ নৱেম্বৰ মাহৰ পৰা জানুৱাৰী মাহৰ শেষ ভাগলৈকে এনেদৰেই মায়'ডিয়াৰ সেউজীয়া পাহাৰৰ বক্ষত বৰফৰ শুভ্ৰতাই সৃষ্টি কৰে নান্দনিক পৰিৱেশৰ ৷ মায়’ডিয়াৰ এই নান্দনিক পৰিৱেশৰ মাজত বিলীন হ’বলৈ সম্প্ৰতি ভিৰ কৰিছেহি পৰ্যটক সকলে ৷

লগতে পঢ়ক-ৰহাত CAA ৰ বিৰোধিতাৰে ব্যতিক্ৰমী ভেলাঘৰ

Intro:অৰুণাচল প্ৰদেশৰ এক নান্দনিক দৃশ্য, বৰফেৰে আবৃত্ত মায়'ডিয়া

শদিয়া : বৰফৰ শুভ্ৰ দলিচাই মোহনীয়ে কৰিছে অৰুণাচল প্ৰদেশৰ মায়'ডিয়া সেউজীয়া পাহাৰ।

সাগৰীয় পৃষ্ঠৰ পৰা প্ৰায় ৭ হাজাৰ ৭ শ ১১ ফোট উচ্চতাত অৱস্থিত এই মায়ডিয়া।

তিনিচুকীয়া চহৰৰ পৰা মাত্ৰ ১৬৫ কিঃমি ৰ নিলগত থকা
মায়'ডিয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যই এতিয়া ৰিঙিয়াই মাতিছে পৰ্যটক সকলক।

কম খৰচতে উপভোগ্য পৰ্যটনস্থলী মায়'ডিয়াত এতিয়া বৰফৰ শুকুলা আচ্ছাদন।

মায়'ডিয়াৰ নান্দনিক পৰিৱেশৰ মাজত বিলীন হবলৈ ভিৰ বিন্ন প্ৰান্তৰ পৰ্যটকৰ।

সাধাৰণতে শীত কালৰ নৱেম্বৰ মাহৰ পৰা জানুৱাৰী মাহৰ শেষ ভাগৰলৈকে এনেদৰেই মায়'ডিয়াৰ সেউজীয়া পাহাৰৰ বক্ষত বৰফৰ শুভ্ৰতাই সৃষ্টি কৰে নান্দনিক পৰিৱেশৰ।Body:Byte : PublicConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.