ETV Bharat / state

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলাৰ লক্ষ্য আন এগৰাকী অসম কন্যাৰ - ফএফডৱ্লিও

দিল্লীত এফএফডৱ্লিও (FFW) খেলত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে ভাৰতৰ হৈ প্ৰতিদ্বন্দিতা কৰিবলৈ কঠোৰ অনুশীলনত ব্যস্ত তিনিচুকীয়াৰ ফিল'বাৰী অঞ্চলৰ এগৰাকী যুৱতী তনু ঠাকুৰী ৷ বিদ্যালয় পৰ্যায়ত প্ৰায় সকলো বহিঃ ক্ৰীড়াত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা এই প্ৰতিভাৱান যুৱতী গৰাকীয়ে খেলিবলৈ অনুপ্ৰেৰণা লাভ কৰিছিল নেপালৰ এগৰাকী ফেচবুক ফ্ৰেণ্ডৰ পৰা ৷

অনুশিলনত ব্যস্ত অসম কন্যা তনু ঠাকুৰী
author img

By

Published : Nov 5, 2019, 9:23 AM IST

ডুমডুমা, 5 নৱেম্বৰঃ তিনিচুকীয়াৰ ফিল'বাৰী অঞ্চলৰ অতি ভিতৰুৱা ১নং পিঠাগুটি গাঁৱৰ পৰা দিল্লীত এফএফডৱ্লিও (FFW) খেলত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে ভাৰতৰ হৈ প্ৰতিদ্বন্দিতা কৰিবলৈ কঠোৰ অনুশীলনত ব্যস্ত অসম কন্যা তনু ঠাকুৰী ৷ অসম কন্যা তনু ঠাকুৰীৰ মাতৃ প্ৰতিমা ঠাকুৰী আৰু পিতৃ ক্ষীমৰাজ ঠাকুৰী ক্ষুদ্ৰ চাহ খেতিয়ক ৷

domdoma
কঠোৰ অনুশিলনত ব্যস্ত অসম কন্যা তনু ঠাকুৰী

উল্লেখ্য যে বিদ্যালয় পৰ্যায়ত প্ৰায় সকলো বহিঃ ক্ৰীড়াত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা এই প্ৰতিভাৱান যুৱতী গৰাকীয়ে খেলিবলৈ অনুপ্ৰেৰণা লাভ কৰিছিল নেপালৰ এগৰাকী ফেচবুক ফ্ৰেণ্ডৰ পৰা ৷ আনহাতে উচ্চতৰ মাধ্যমিক পৰ্যায়তে পঢ়া বাদ দি তনুৱে ফেচবুকৰ জৰিয়তে নেপালৰ মহিলা খেলুৱৈগৰাকীৰ সৈতে চিনাকী হৈ প্ৰথমে নেপালত খেলাৰ সুযোগ লাভ কৰে ৷ পাছত ভাৰতৰ খেলুৱৈৰ সৈতে পৰিচয় হৈ শেহতীয়াকৈ যোৱা ৫ অক্টোবৰত দিল্লীলৈ গৈ বৰ্তমান কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে প্ৰতিভাৱান খেলুৱৈগৰাকী ৷ ইপিনে তনুৰ প্ৰশিক্ষকেও তনু ভাৰতৰ আগশাৰীৰ ৰেষ্টলাৰৰ ভিতৰত এগৰাকী হ'ব বুলি আশা কৰিছে।

অনুশিলনত ব্যস্ত অসম কন্যা তনু ঠাকুৰী

লগতে পঢ়কঃ দিল্লী চৰকাৰৰ স্বাস্থ্য সম্বন্ধীয় নিৰ্দেশনা: ৰাইজক ঘৰৰ ভিতৰত থাকিবলৈ পৰামৰ্শ

Intro:Date: 05-11-2019

Slug: FFW খেলৰ বাবে অসম কন্যা তনু ঠাকুৰীৰ দিল্লীত কঠোৰ অনুশীলনৰ Video Viral.

V/O: তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চলৰ অতি ভিতৰুৱা ১ নং পিঠাগুটি গাঁৱৰ পৰা দিল্লীত FFW খেলত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে ভাৰতৰহৈ প্ৰতিদণ্ডিতা কৰিবলৈ কঠোৰ অনুশিলনত ব্যস্ত এতিয়া তনু ঠাকুৰী ৷ বিদ্যালয় পৰ্যায়ত প্ৰায় সকলো বহি ক্ৰীড়াত অংশ গ্ৰহণ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষমহোৱা এই প্ৰতিভাৱান যুৱতী গৰাকীয়ে খেলিবলৈ অনুপ্ৰেৰণা লাভ কৰিছিল নেপালৰ এগৰাকী ফেচবুক ফ্ৰেণ্ডৰ পৰা ৷ তনু ঠাকুৰীৰ মাতৃ প্ৰতিমা ঠাকুৰী আৰু পিতৃ ক্ষীমৰাজ ঠাকুৰী ক্ষুদ্ৰ চাহ খেতিয়ক ৷ ভায়েক অজয়ে উচ্চতৰ মাধ্যমিকত পাছ কৰি এতিয়া দেউতাকক খেতিত সহায় কৰে ৷ উচ্চত্বৰ মাধ্যমিক অনুত্তীৰ্ণহৈ পঢ়া বাদদি তনুৱে ফেচবুকৰ জৰিয়তে নেপালৰ এগৰাকী মহিলাৰ সৈতে চিনাকীহৈ প্ৰথমে নেপালত খেলাৰ সুযোগ লাভ কৰে ৷ পাছত ভাৰতৰ খেলুৱৈৰ সৈতে পৰিচয়হৈ শেহতীয়াকৈ যোৱা ৫ অক্টোবৰত দিল্লীলৈ গৈ বৰ্তমান কঠোৰ অনুশীলনত ব্যস্ত প্ৰতিভাৱান খেলুৱৈগৰাকী ৷ ঘৰৰ পৰা ৩০০০ টকা হাতত লৈ অকলেই ৰেলেৰে দিল্লীলৈ যাত্ৰা কৰা তনুৰ কঠোৰ অনুশীলনৰ ভিডিঅ' সামাজিক মাধ্যম ফেচবুকত বৰ্তমান ভাইৰেল হৈ পৰিছে । তনুৰ প্ৰশিক্ষকেও তনু ভাৰতৰ আগশাৰীৰ ৰেষ্টলাৰৰ ভিতৰত এগৰাকী হ'ব বুলি আশা কৰিছে ।

Byte: তনুৰ পিতৃ ক্ষীমৰাজ ঠাকুৰী ।

Byte: তনুৰ মাতৃ প্ৰতিমা ঠাকুৰী ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 05-11-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.