ETV Bharat / state

লোকসেৱা আয়োগত উৰ্ত্তীণ পল্লৱী কলিতাক সম্বৰ্ধনা - loksewa pass students

অসম লোকসেৱা আয়োগত সুখ্যাৰ্তীৰে উৰ্ত্তীণ হৈ তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই অনা পল্লৱী কলিতাক কাকপথাৰত সম্বৰ্ধনা জনোৱা হয় ৷ কলিতা জনগোষ্ঠী যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত পল্লৱী কলিতাৰ লগতে তিনিচুকীয়া জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি অজুৰ্ণ বৰুৱাকো সম্বৰ্ধনা জনোৱা হয় ৷

শদিয়া
লোকসেৱা আয়োগত উৰ্ত্তীণ পল্লবী কলিতাক সম্বৰ্ধনা
author img

By

Published : Feb 25, 2020, 4:21 AM IST

Updated : Feb 25, 2020, 8:08 AM IST

শদিয়া, 24 ফেব্ৰুৱাৰীঃ অসম লোকসেৱা আয়োগত সুখ্যাৰ্তীৰে উৰ্ত্তীণ হৈ তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই অনা পল্লৱী কলিতাক কাকপথাৰত সম্বৰ্ধনা জনোৱা হয় ৷ কলিতা জনগোষ্ঠী যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত পল্লৱী কলিতাৰ লগতে তিনিচুকীয়া জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি অজুৰ্ণ বৰুৱাকো সম্বৰ্ধনা জনোৱা হয় ৷

লোকসেৱা আয়োগত উৰ্ত্তীণ পল্লবী কলিতাক সম্বৰ্ধনা

কাকপথাৰ জুপিটাৰ ইংলিছ বিদ্যালয়ত হোৱা সভাত বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকি দুয়োগৰাকী ব্যক্তিক শুভেচ্ছা,অভিনন্দনেৰে উপচাই পেলায় ৷ বিদ্যালয়খনৰ স্বত্তাধীকাৰী ধৰণী শইকীয়া আৰু কলিতা জনগোষ্ঠীৰ ছাত্ৰ নেতা সুৰুজ তালুকদাৰে আঁত ধৰা অনুষ্ঠানত বিদ্যালয়খন ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন নাচ-গানেৰে অনুষ্ঠানটো আনন্দময় কৰি তোলে ৷ উল্লেখ্য যে ৰাজ্যিক লোকসেৱা আয়োগৰ উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই পল্লৱী কলিতা ডুমডুমা ৰূপাইৰ বাসিন্দা হোৱাৰ লগতে ডুমডুমা মহাবিদ্যালয়ৰ প্ৰৱক্তা হিচাপে কৰ্মৰত ৷

আৰু পঢ়কঃ NSCN আৰু আছাম ৰাইফলছৰ সংঘৰ্ষত গুলীবিদ্ধ সাধাৰণ নাগৰিক

Last Updated : Feb 25, 2020, 8:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.