ETV Bharat / state

শদিয়াত প্ৰীতিভোজ খাবলৈ যোৱা তিনি বিজেপি নেতাক ক'লা পতাকা প্ৰদৰ্শন

author img

By

Published : Jan 20, 2020, 2:24 PM IST

ঢলা-শদিয়াৰ ড° ভূপেন হাজৰিকা সেতুলৈ যোৱা পথৰ লাফাংকুলা চাৰিআলিত পথৰ দুয়োকাষে সংগঠনকেইটাৰ সদস্যৰ লগতে ৰাইজে হাতত ক'লা পতাকা লৈ নাগৰিকত্ব (সংশোধনী) আইন তথা চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দিয়া পৰিলক্ষিত হ'য়।

DHOLA-SODIA BLACK FLAG PROTEST
শদিয়াত প্ৰিতিভোজ খাবলৈ যোৱা তিনি বিজেপি নেতাক ক'লা পতাকা প্ৰদৰ্শন

কাকপথাৰ, 20 জানুৱাৰীঃ ঢলা-শদিয়াৰ ড° ভূপেন হাজৰিকা সেতুৰ কাষত প্ৰীতিভোজ খাৱলৈ আহি ক'লা পতাকাৰ সন্মূখীন হ'ল অসম পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, লখিমপুল লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ লগতে শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া । আছু, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, চাহ জনজাতি ছাত্ৰ সন্থা, আধিবাসী ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, কলিতা ছাত্ৰ সন্থাৰ লগতে বহুসংখ্যক ৰাইজে এই তিনি বি.জে.পি. নেতাক দেখুৱালে ক'লা পতাকা । ঢলা-শদিয়াৰ ড° ভূপেন হাজৰিকা সেতুলৈ যোৱা পথৰ লাফাংকুলা চাৰিআলিত পথৰ দুয়োকাষে সংগঠনকেইটাৰ সদস্যৰ লগতে ৰাইজে হাতত ক'লা পতাকা লৈ নাগৰিকত্ব (সংশোধনী) আইন তথা চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দিয়া পৰিলক্ষিত হ'য় ।

Intro:শদিয়াত প্ৰিতিভুজ খাবলৈ যোৱা বিধায়ক বলিন, সাংসদ প্ৰদান বৰুৱা, পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাক কলা পতাকা প্ৰদৰ্শন

sadiya : ৰাজ্যৰ চৌদিশে কা বিৰুদ্ধে আন্দোলন হৈ থকাৰ মাজতে শদিয়া সমষ্টিৰ ধলাত স্থানীয় সাংসদ, বিধায়ক, পৰ্যটন বিভাগৰ অধ্যক্ষক কলা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ড' ভুপেন হাজৰিকা সেতুৰ তলত এখন প্ৰিতিভুজত অংশগ্ৰহণ কৰিবলৈ আহিছিল নেতাকেইগৰাকী ৷ বিধায়ক বলিন চেতিয়া, সাংসদ প্ৰদান বৰুৱা আৰু পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাক ৰাষ্ট্ৰীয় ঘাইপথত আগভেটি কলা পতাকা প্ৰদৰ্শন প্ৰতিবাদ সাব্যস্ত কৰে ৷ শ শ নিৰাপত্তা ৰক্ষীৰ মাজত পাৰ হৈ যোৱা কনভয়টোৰ লগতে প্ৰিতিভোজলৈ অহা বহু বিজেপি কৰ্মীক কলা পতাকা প্ৰদৰ্শন কৰে ৷ ড' ভুপেন হাজৰিকা সেতুক পৰ্যটন বিভাগৰ তৰফৰ পৰা বিশেষ উদ্যোগ গ্ৰহণ কৰিব নোৱাৰা পৰ্যটনৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা শদিয়াত অহাৰ নৈতিক অধিকাৰ নাই বুলি আছুৱে ক্ষোভ উজাৰে ৷Body:Byte :1/ assu leader
2/ publicConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.