ETV Bharat / state

তিনিচুকীয়াৰ শ্ৰীপুৰীয়াত মৃতদেহ উদ্ধাৰ

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এই ঘটনা এক পৰিকল্পিত হত্যাকাণ্ড ।

author img

By

Published : May 12, 2019, 9:04 PM IST

তিনিচুকীয়াৰ শ্ৰীপুৰীয়াত মৃতদেহ উদ্ধাৰ

তিনিচুকীয়া,12 মে’: তিনিচুকীয়াৰ জিলাৰ শ্ৰীপুৰীয়াৰ 2 নং টিংৰাই হাবিত সোমবাৰে এটা মৃতদেহ উদ্ধাৰ হয় । মৃত লোকজনৰ নাম চিৰঞ্জীৱ নৱসুদ্ৰ বুলি জানিব পৰা গৈছে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এই ঘটনা এক পৰিকল্পিত হত্যাকাণ্ড । তিনিচুকীয়া আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । সমগ্ৰ ঘটনা সম্পৰ্কে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে এজনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

Intro:তিনিচুকীয়াৰ জিলাৰ শ্ৰীপুৰীয়াৰ ২ নং টিংৰাই হাবিত সোমবাৰে এটা মৃতদেহ উদ্ধাৰ হ'য় । মৃত লোকজনৰ নাম চিৰঞ্জীৱ নবসুদ্ৰ বুলি জানিব পৰা গৈছে ।Body:Date: 12-05-2019

Story: তিনিচুকীয়াৰ শ্ৰীপুৰীয়াত মৃতদেহ উদ্ধাৰ

V/O: তিনিচুকীয়াৰ জিলাৰ শ্ৰীপুৰীয়াৰ ২ নং টিংৰাই হাবিত সোমবাৰে এটা মৃতদেহ উদ্ধাৰ হ'য় । মৃত লোকজনৰ নাম চিৰঞ্জীৱ নবসুদ্ৰ বুলি জানিব পৰা গৈছে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এই ঘটনা এক পৰিকল্পিত হত্যাকাণ্ড । তিনিচুকীয়া আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । সমগ্ৰ ঘটনা সম্পৰ্কে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে এজনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমConclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.