ETV Bharat / state

তিনিচুকীয়াত ৮ মে’ পৰ্যন্ত পাঠদান বন্ধ - covid protocol

বিগত ২৪ ঘণ্টাত ৰাজ্যখনত কৰ'ণা আক্ৰান্তৰ হাৰ ২.০৯ শতাংশলৈ বৃদ্ধি পাইছে । সোমবাৰৰ দিনটোত ৰাজ্যখনত নতুনকৈ ১,৩৬৭ গৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি ।

covid-rules-for-schools-in-tinsukia
তিনিচুকীয়াত ৮মে পৰ্যন্ত পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধৰ ঘোষণা
author img

By

Published : Apr 20, 2021, 5:59 PM IST

তিনিচুকীয়া,20 এপ্ৰিল: অসমৰ অন্যান্য জিলাৰ লগতে তিনিচুকীয়া জিলাতো দিনকদিনে বৃদ্ধি পাইছে কৰ’ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা । তিনিচুকীয়া জিলা প্ৰশাসনে সোমবাৰে তিনিচুকীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ বৈঠকৰ অন্তত ৮ মে’ পৰ্যন্ত পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধ কৰাৰ অধিসূচনা জাৰি কৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত দীপু কুমাৰ ডেকাই ।

তিনিচুকীয়াত ৮ মে’ পৰ্যন্ত পাঠদান বন্ধ

উল্লেখ্য যে, বিগত ২৪ ঘণ্টাত ৰাজ্যখনত কৰ'ণা আক্ৰান্তৰ হাৰ ২.০৯ শতাংশলৈ বৃদ্ধি পাইছে । সোমবাৰৰ দিনটোত ৰাজ্যখনত নতুনকৈ ১,৩৬৭ গৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । সোমবাৰৰ দিনটোতে কৰ'ণাই প্ৰাণ ল'লে ৰাজ্যৰ ৭ গৰাকী লোকৰ ।

লগতে পঢ়ক: হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে কৰ'ণাত আক্ৰান্তৰ সংখ্যাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.