ETV Bharat / state

কাকপথাৰত CAA বাতিলৰ দাবীত শহস্ৰাধিক ৰাইজৰ উপস্থিতিত 'গণ গৰ্জন' কাৰ্যসূচী

author img

By

Published : Feb 8, 2020, 7:12 PM IST

শনিবাৰে কাকপথাৰত CAA বাতিলৰ দাবীৰে অনুষ্ঠিত হয় হয় বিশাল 'গণ গৰ্জন' কাৰ্যসূচী ৷ এই কাৰ্যসূচীত উপস্থিত থাকে প্ৰায় দহ শহস্ৰাধিক লোকৰ লগতে, বিভিন্ন দল সংগঠনৰ কেইবাগৰাকীও নেতা আৰু শিল্পী ৷

'গণ গৰ্জন' কাৰ্যসূচী
'গণ গৰ্জন' কাৰ্যসূচী

কাকপথাৰ, 8 ফেব্ৰুৱাৰীঃ শনিবাৰে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত কাকপথাৰত বিশাল গণ গৰ্জন কাৰ্যসুচী অনুষ্ঠিত হয় ৷ প্ৰায় দহ শহস্ৰাধিক ৰাইজ উপস্থিত থকা এই গণ গৰ্জন কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক লুৰিণজ্যোতি গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাই, মৰাণ ছাত্ৰ সন্থাৰ নৱ মৰাণ, কলিতা জনগোষ্ঠীৰ জয়সুৰ্য বৰা, গায়ক ৰাকেশ ৰিয়ান, মানস ৰবীনকে ধৰি বহুকেইজন ছাত্ৰনেতা আৰু শিল্পীয়ে অংশগ্ৰহণ কৰে ৷ উপস্থিত সকলো লোকে CAA মানি নোলোৱাৰ সংকল্প গ্ৰহণ কৰাৰ লগতে বিজেপি চৰকাৰক ৰাইজৰ মাজত বিভাজন নানিবলৈ আহ্বান জনায় ৷

কাকপথাৰত শহস্ৰাধিক ৰাইজৰ উপস্থিতিত 'গণ গৰ্জন' কাৰ্যসূচী

লগতে পঢ়ক ঃ পেঙেৰী ধৰ্ষণকাণ্ড: আটাইকেইজন অভিযুক্তৰ শাস্তিৰ দাবীত মহিলাৰ বৃহৎ প্ৰতিবাদ

Intro:কাকপথাৰত কা বিৰুধী বিশাল কাকপথাৰ গণ গৰ্জন কাৰ্যসুচী : উপস্থিত লুৰিণ, পলাশ, মানস, ৰাকেশৰ : শ্ৰীমন্ত শংকৰদেৱ শংঘৰ ফিলবাৰী আঞ্চলিক সমিতিয়ে গামোচাৰে আদৰিলে লুৰিণক

শদিয়া : নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত কাকপথাৰত বিশাল গণ গৰ্জন কাৰ্যসুচী অনুষ্ঠিত হয় ৷ প্ৰায় দহ সহস্ৰাধীক ৰাইজ উপস্থিত থকা গণ গৰ্জন কাৰ্যসুচীত সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক লুৰিণজ্যোতি গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাই, মৰাণ ছাত্ৰ সন্থাৰ নৱ মৰাণ, কলিতা জনগোষ্ঠীৰ জয়সুৰ্য বৰা সংগীত শিল্পী ৰাকেশ ৰিয়ান, মানস ৰবিনকে ধৰি বহুকেইজন ছাত্ৰনেতা, শিল্পীয়ে ৷ সকলোৱে কোনো কাৰণতে কা গ্ৰহণ নকৰাৰ সংকল্প লোৱাৰ লগতে বিজেপি চৰকাৰক ৰাইজৰ মাজত বিভাজন নানিবলৈ আহ্বান জনায় ৷ মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ সংঘক লুৰিণজ্যোতি গগৈয়ে অপমান কৰা বুলি কোৱা মন্তব্যক গৰিহণা দি আছু নেতাজনে কয় যে আৰম্ভণিৰে পৰা শ্ৰীমন্তশংকৰদেৱ সংঘৰ মন্তব্যৰ লগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত বুলি উল্লেখ কৰে ৷ তেওঁৰ দৰে দলাৰ বগৰি পাপি মন্ত্ৰীয়ে সদায় এনে কৰ্মকাণ্ডৰ লগত জড়িত হৈ থাকে বুলি মন্তব্য কৰে ৷ উল্লেখ্য যে আজি মঞ্চতে আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ফিলবাৰী আঞ্চলিক সমিতিয়ে গামোচাৰে আদৰি সেৱা কৰা কাৰ্যই বিশেষ তাৎপৰ্যবহন কৰিছে ৷ আজি হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিয়ে কাকপথাৰৰ ৰাইজে যে এই জাতিধ্বংসী কা গ্ৰহণ নকৰে তাকে প্ৰমাণ কৰে ৷Body:Byte : Assu leaderConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.