ETV Bharat / state

মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Jan 9, 2021, 6:06 PM IST

সমাগত বিহুক লৈ ৰাজ্যবাসীৰ মাজত উখল-মাখল পৰিৱেশ ৷ মাৰ্ঘেৰিটাতো ব্যাপক প্ৰস্তুতি ৷ মাৰ্ঘেৰিটাবাসীৰ সৈতে বিহু উদযাপন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

bhogali-bihu-preparetion-at-margherita
মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মাৰ্ঘেৰিটা,9 জানুৱাৰী : সমাগত ভোগালী বিহু ৷ ভোগালীক আদৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰস্তুতি ৷ সমান্তৰালভাৱে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাতে দেখা গৈছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷

মাৰ্ঘেৰিটাৰ আলুবাৰীৰ ৰাজখোৱা পথাৰৰ বাকৰিত সকলোৱে ব্যস্ত হৈ পৰিছে ভোগালী বিহু উদযাপন কৰাৰ বাবে ৷ বিধায়ক ভাস্কৰ শৰ্মাৰ প্ৰচেষ্টাত আৰু মাৰ্ঘেৰিটাবাসীৰ ৰাইজৰ সহযোগত 13 আৰু 14 জানুৱাৰীত ৰাজখোৱা পথাৰত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হ'ব ভোগালী উৎসৱ 2021 ৷

আনহাতে,উক্ত কাৰ্যসূচীত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ যাৰ বাবে ৰাজখোৱা পথাৰত উখল-মাখলৰ পৰিৱেশে বিৰাজ কৰিছে ৷

লগতে পঢ়ক : @POTUS একাউন্টৰ পৰা ট্ৰাম্পৰ টুইট আঁতৰালে টুইটাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.