ETV Bharat / state

সাংবাদিক ৰবীন মৰাণলৈ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বশ্ৰেষ্ঠ সাংবাদিক বঁটা - etv bharat assam

মিডিয়া ফেডাৰেচন অফ ইণ্ডিয়াৰ দ্বাৰা প্ৰদান চলিত বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা

সাংবাদিক ৰবীন মৰাণলৈ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বশ্ৰেষ্ঠ সাংবাদিক বঁটা
author img

By

Published : Mar 14, 2019, 11:05 PM IST

তিনিচুকীয়া,14 মাৰ্চ : সাংবাদিক ৰবীন মৰাণক প্ৰদান উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বশ্ৰেষ্ঠ সাংবাদিক বঁটা ৷ বুধবাৰে বঁটা গ্ৰহণ কৰাৰ পাচত বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে ৰবীন মৰাণক সম্বৰ্ধনা জনায় বিভিন্ন দল-সংগঠনে ।

সাংবাদিক ৰবীন মৰাণলৈ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বশ্ৰেষ্ঠ সাংবাদিক বঁটা

উল্লেখ্য যে,বুধবাৰে নতুন দিল্লীত মিডিয়া ফেডাৰেচন অফ ইণ্ডিয়াই প্ৰদান কৰে চলিত বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা ৷ অসমৰ দুই সাংবাদিক ক্ৰমে তিনিচুকীয়াৰ দৈনিক জনমভূমি কাকতৰ পেঙৰীৰ সাংবাদিক ৰবীন মৰাণ আৰু দেৰগাঁৱৰ dy 365ৰ সাংবাদিক দীপক শইকীয়াক শ্ৰেষ্ঠ হিচাপে নিৰ্বাচিত কৰে ৰাষ্ট্ৰীয় সংবাদ সংস্থাটোৱে ।

Intro:OC/VO:-বুধবাৰে নতুন দিল্লীত মেডিয়া ফেডাৰেচন অফ ইণ্ডিয়াই চলিত বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা প্ৰদান কৰে। ৰাষ্ট্ৰীয় সংবাদ সংস্থাটোৱে শ্ৰেষ্ঠ হিচাপে নিৰ্বাচিত কৰে অসমৰ দুই সাংবাদিক ক্ৰমে তিনিচুকীয়াৰ দৈনিক জনমভূমি কাকতৰ পেঙৰীৰ সাংবাদিক ৰবীন মৰাণ আৰু দেৰগাঁৱৰ dy 365ৰ সাংবাদিক দীপক শইকীয়াক। সাংবাদিক ৰবীন মৰাণক উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ব শ্ৰেষ্ঠ সাংবাদিক বঁটা প্ৰদান কৰে। বুধ বাৰে বঁটা গ্ৰহণ কৰা পিছত বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ মোহন বাৰী বিমান বন্দৰত আহি পোৱাৰ লগে লগে বিভিন্ন সংগঠনে ৰবীন মৰানক আদৰিনি সম্বৰ্ধনা জনাই।

Body:BYET:- ৰবীন মৰাণ

Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খটোৱাল ইটিভি ভাৰত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.