ETV Bharat / state

ডুমডুমাৰ ফিল'বাৰীত যুৱকৰ দলে নিৰ্মান কৰিলে পথ

দেওবাৰে ফিল'বাৰীৰ ৰবৰগুৰিত যুৱকৰ দলে নিৰ্মাণ কৰিলে পথ ৷ বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ ৷

author img

By

Published : Apr 28, 2019, 11:35 AM IST

তিনিচুকীয়া,28এপ্ৰিল: তিনিচুকীয়াৰ ডুমডুমাৰ অন্তৰ্গত ফিল'বাৰী অঞ্চলৰ বাট-পথৰ জৰাজীৰ্ণ অৱস্থাই জীয়াতু ভুগাইছে গাঁওখনৰ ৰাইজক । বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পাচতো গাঁওখনৰ পথটো নিৰ্মাণত নিৰ্বিকাৰ ভূমিকা পালনৰ অভিযোগ ।

ডুমডুমাৰ ফিল'বাৰীত যুৱকৰ দলে নিৰ্মান কৰিলে পথ

যাৰবাবে দেওবাৰে পুৱাই অঞ্চলটোৰ নেহৰু যুৱক সংঘৰ কেইবাজনো যুৱকে পথটো মেৰামতি কৰিবলৈ ওলাই আহে ৷ বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে স্থানীয় যুৱকসকলে এই পদক্ষেপ হাতত লয় বুলি জনায় ৷

Intro:Date: 28-04-2019

Story: ফিল'বাৰী ৰবৰগুৰিত ৰাইজে নিজেই নিৰ্মাণ কৰিলে পথ

V/O: তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফিল'বাৰী অঞ্চলৰ এখন গাওঁ ৰবৰগুৰি । বাট-পথৰ জৰাজিৰ্ণ অৱস্থাই জিয়াতু ভুগাইছে এই গাওঁখনৰ ৰাইজক । বিভাগীয় কতৃপক্ষক বাৰম্বাৰ আবেদন নিবেদন কৰা পিছতো আজি লৈকে নিৰ্মাণ নহ'ল ৰবৰগুৰি সোনোৱাল গাওঁৰ পৰা সোনাপুৰ দেউৰী গাওঁ সংযোগী এই পথটো । দেওবাৰে পুৱাই পথলৈ ওলাই আহিল ৰবৰগুৰি নেহেৰু যুৱক সংঘৰ একুৰিতকৈ অধিক ৰাইজ । ৰবৰগুৰি সোনোৱাল গাওঁৰ পৰা সোনাপুৰ দেউৰী গাওঁলৈকে প্ৰায় দুই কিলোমিটাৰ পথটো নিজে নিৰ্মাণ কৰে স্থানীয় ৰাইজে ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমBody:Date: 28-04-2019

Story: ফিল'বাৰী ৰবৰগুৰিত ৰাইজে নিজেই নিৰ্মাণ কৰিলে পথ

V/O: তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফিল'বাৰী অঞ্চলৰ এখন গাওঁ ৰবৰগুৰি । বাট-পথৰ জৰাজিৰ্ণ অৱস্থাই জিয়াতু ভুগাইছে এই গাওঁখনৰ ৰাইজক । বিভাগীয় কতৃপক্ষক বাৰম্বাৰ আবেদন নিবেদন কৰা পিছতো আজি লৈকে নিৰ্মাণ নহ'ল ৰবৰগুৰি সোনোৱাল গাওঁৰ পৰা সোনাপুৰ দেউৰী গাওঁ সংযোগী এই পথটো । দেওবাৰে পুৱাই পথলৈ ওলাই আহিল ৰবৰগুৰি নেহেৰু যুৱক সংঘৰ একুৰিতকৈ অধিক ৰাইজ । ৰবৰগুৰি সোনোৱাল গাওঁৰ পৰা সোনাপুৰ দেউৰী গাওঁলৈকে প্ৰায় দুই কিলোমিটাৰ পথটো নিজে নিৰ্মাণ কৰে স্থানীয় ৰাইজে ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমConclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.