ETV Bharat / state

84.5 শতাংশ নম্বৰেৰে পেঙেৰীলৈ সুনাম কঢ়িয়ালে পূৰবীয়ে - হাইস্কুল শিক্ষান্ত পৰীক্ষা

বুধবাৰে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত খেতিয়ক ননী সোণোৱাল আৰু পদুমী সোণোৱালৰ কণিষ্ঠ কন্যা পূৰবীয়ে 84.5 শতাংশ নম্বৰেৰে ডিষ্ট্ৰিংচন লাভ কৰিবলৈ সক্ষম হয়

84.5 শতাংশ নম্বৰেৰে পেঙেৰী উজ্বলালে পূৰবীয়ে
author img

By

Published : May 15, 2019, 10:40 PM IST

ডুমডুমা,15 মেঃ মেধাৰ বাবে হেঙাৰ নহয় দৰিদ্ৰতা ৷ পেঙেৰীৰ মুগং ঋতুপথাৰ গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী পূৰবী সোণোৱাল ৷ বুধবাৰে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত খেতিয়ক ননী সোণোৱাল আৰু পদুমী সোণোৱালৰ কণিষ্ঠ কন্যা পূৰবীয়ে 84.5 শতাংশ নম্বৰেৰে ডিষ্ট্ৰিংচন লাভ কৰিবলৈ সক্ষম হয় ৷

84.5 শতাংশ নম্বৰেৰে পেঙেৰী উজ্বলালে পূৰবীয়ে

পেঙেৰী হাইস্কুলৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰী গৰাকীয়ে ইংৰাজীত ৮১,অসমীয়াত ৮১,গণিতত ৮০,বিজ্ঞানত ৮৪,সমাজ বিজ্ঞানত ৯১ আৰু হিন্দী ৯০ অসমীয়াত ৮১ নম্বৰ লাভ কৰি বিদ্যালয়ৰ লগতে নিজৰ গাঁওখনলৈও গৌৰৱ কঢ়িয়াই আনে ৷ ছাত্ৰীগৰাকীৰ এই সাফল্যৰত গাঁওখনত উছৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৷

Intro:দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে ।

:প্ৰমাণ কৰিলে পেঙেৰীৰ পূৰবী সোণোৱালে ।

: পেঙেৰীৰ মুগং ঋতু পথাৰ গাঁৱৰ খুবেই দৰিদ্ৰ পৰিয়ালৰ পূৰবী সোণোৱালৰ 84.5 শতাংশ নম্বৰেৰে ডিষ্ট্ৰিংচন লাভ ।Body:Date: 15-05-2019

Story: দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে

প্ৰমাণ কৰিলে পেঙেৰীৰ পূৰবী সোণোৱালে

: পেঙেৰীৰ মুগং ঋতু পথাৰ গাঁৱৰ খুবেই দৰিদ্ৰ পৰিয়ালৰ পূৰবী সোণোৱালৰ 84.5 শতাংশ নম্বৰেৰে ডিষ্ট্ৰিংচন লাভ ।

V/O: সফলতাৰ ক্ষেত্ৰত যে কোনো বিষয় হেঙাৰ হ’ব নোৱাৰে তাকেই প্ৰমাণ কৰি দেখুৱালে পেঙেৰীৰ মুগং ঋতুপথাৰ গাঁওৰ পদুমী সোণোৱাল আৰু ননী সোণোৱালৰ কণিষ্ঠ কন্যা পূৰবী সোনোৱালে । বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 84.5 শতাংশ নম্বৰে ডিষ্ট্ৰিংচন স্থান লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকীয়ে । পেঙেৰীৰ হাই স্কুলৰ পৰা অধ্যয়ন কৰি উত্তীন্ন হোৱা ছাত্ৰী গৰাকীয়ে ইংৰাজীত ৮১ অসমীয়াত ৮১ গনিতত ৮০ বিজ্ঞানত ৮৪, সমাজ বিজ্ঞানত ৯১ আৰু হিন্দী ৯০ অসমীয়াত ৮১ সৰ্ব্বোচ্চ নম্বৰ লাভ কৰি বিদ্যালয়ৰ লগতে নিজৰ জন্ম গাঁওখনলৈও গৌৰৱ কঢ়িয়াই আনিছে । দৰিদ্ৰ পৰিয়ালৰ খেতিয়কৰ কন্যা গৰাকীৰ পঢ়িবলৈ ঘৰত এখন টেবুলৰ অবিহনে পূৰ্ণিমাৰ এনে কৃতকাৰ্য্যতাত আনন্দ আত্মহাৰা হৈ পৰিছে পৰিয়ালৰ লোক ৷ পূৰ্ণিমাৰ দেউতাক এজন সাধাৰণ খেতিয়ক আৰু মাক এগৰাকী গৃহিনী ৷ এনে অৱস্থাত নিজৰ কন্যাই এনে চমকপ্ৰদ ফলাফলত উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃৰ লগতে ওচৰ চুবুৰীয়া ৷

Byte: ছাত্ৰী, মাতৃ ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.