ETV Bharat / state

দক্ষিণ শালমাৰাত এজনক কৰ'ণা পজিটিভ পোৱাৰ পিছত ৰাইজৰ মাজত আতংক

author img

By

Published : Apr 3, 2020, 9:03 PM IST

দক্ষিণ শালমাৰা মানকাচৰ জিলাত আশ্রফ আলী নামৰ এজন লোকক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ৰ পৰা জি এম চি এইচ লৈ প্ৰেৰণ । শেহতীয়াকৈ ফলাফল পজিটিভ ওলোৱাৰ পিছত লোকজনক গুৱাহাটী মেডিকেল কলেজ লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

one corona positive at north salmara
দক্ষিণ শালমাৰা মানকাচৰ জিলাত কৰ'ণা পজিটিভ

ধুবুৰী,3 এপ্ৰিলঃ দক্ষিণ শালমাৰাৰ আশ্রফ আলী নামৰ লোকজনক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ৰ পৰা জি এম চি এইচ লৈ প্ৰেৰণ । জানিব পৰা মতে, দিল্লী নিজামুদ্দিন মাৰ্কাজৰ পৰা যোৱা ২৩ মাৰ্চৰ দিনা ঘৰলৈ উভতিছিল আশ্রফ আলী । তাৰ পিছত একাংশ ৰাইজে চিকিৎসকৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিছিল যদিও লোক জনে প্ৰথমে গুৰুত্ব দিয়া নাছিল ৷ পৰৱৰ্তী সময়ত যোৱা এক এপ্ৰিলৰ দিনা নিজেই হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ কাষ চাপে ব্যক্তিজন । তাৰ পিছত লোকজনৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল গুৱাহাটী জি এম চি এইচ লৈ। শেহতীয়া ভাৱে ফলাফল পজিটিভ ওলোৱাৰ পিছত লোক জনক গুৱাহাটী মেডিকেল কলেজ লৈ নিয়া হৈছে বুলি জানিব পৰা গৈছে ৷

লক্ষণীয় বিষয় যে, ২৩ মাৰ্চত ঘৰ পোৱাৰ পিছত লোকজনে পৰিয়ালৰ উপৰিও কাৰ কাৰ সৈতে সংস্পৰ্শলৈ আহিছিল সেয়াই এই মূহুৰ্তত এক বৃহৎ প্ৰশ্ন।

লগতে পঢ়কঃলকডাউন : মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ৰ "Reading Challenge"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.