ETV Bharat / state

দক্ষিণ শালমাৰা মানকাচৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত স্থাপন স্বয়ংক্ৰিয় ছেনিটাইজাৰ যন্ত্ৰ

author img

By

Published : May 6, 2020, 1:03 PM IST

হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰযুক্তি বিষয়া আকিব সৰকাৰ আৰু ইলিয়াছ আহমেদে প্ৰস্তুত কৰি উলিয়াইছে স্বয়ংক্ৰিয় ছেনিটাইজাৰ যন্ত্ৰ ।

automatic sanitizer machine placed in south salmara mancachar dc office

ধুবুৰী, 6 মে': দক্ষিণ শালমাৰা মানকাচৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত স্থাপন স্বয়ংক্ৰিয় ছেনিটাইজাৰ যন্ত্ৰ । COVID-19ৰ ক্ষেত্ৰত সচেতনতা অবলম্বনৰ বাবে হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগে গ্ৰহণ কৰে এই পদক্ষেপ । বিভাগটোৰ প্ৰযুক্তি বিষয়া আকিব সৰকাৰ আৰু ইলিয়াছ আহমেদে প্ৰস্তুত কৰি উলিয়াইছে এই যন্ত্ৰটো ।

উপায়ুক্তৰ কাৰ্যালয়ত স্থাপন স্বয়ংক্ৰিয় চেনিটাইজাৰ যন্ত্ৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত স্থাপন কৰা হৈছে এই যন্ত্ৰটো । ইয়াৰ শুভাৰম্ভণি কৰে জিলা উপায়ুক্ত আতিকা চুলতানাই । উল্লেখ্য যে, এই যন্ত্ৰৰ ভিতৰেৰে কোনো লোক প্ৰবেশ কৰিলে লোক জনৰ সম্পূৰ্ণ শৰীৰ স্বয়ংক্ৰিয়ভাৱে ছেনিটাইজ হৈ যায় ।

লগত পঢ়কঃ চিকিৎসক নে অভিভাৱক : কাৰ ভুলৰ বলি হ'ল চাপৰৰ তিনিমহীয়া শিশু !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.