ETV Bharat / bharat

বৃষ ৰাশিৰ কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন...ধনু ৰাশিৰ আৰ্থিক লাভ...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 3rd July

author img

By ETV Bharat Features Team

Published : Jul 3, 2024, 12:55 AM IST

Daily Horoscope : আজি চন্দ্ৰমাই ৰাশি সলনি কৰি প্ৰৱেশ কৰিব বৃষ ৰাশিত ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব ৰাশিসমূহত, জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 3rd July 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল ৷ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাত কাম কৰিব ৷ অৰ্থনৈতিক দিশত শুভ ৷ আয় বৃদ্ধি ৷ শিল্পীসকলে নিজৰ কলা প্ৰদৰ্শনৰ সুযোগ পাব ৷ সুস্বাদু খাদ্য উপভোগ কৰিব পাৰিব আৰু পৰিয়ালৰ সৈতে ভাল মুহূৰ্ত কটাব পাৰিব ৷ নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক ৷

বৃষ ৰাশি: দিনটো সতেজতা আৰু উৎসাহেৰে ভৰি পৰিব ৷ কৰ্মক্ষেত্ৰতো ভাল প্ৰদৰ্শন কৰিব ৷ সঠিক সময়ত কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ আনন্দ অনুভৱ কৰিব ৷ বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ পৰা উপহাৰ লাভ কৰিব ৷ দিনটো ভ্ৰমণতো কটাব পাৰে ৷ সুস্বাদু খাদ্যৰ সোৱাদ ল’ব পাৰিব ৷ আৰ্থিক দিশত লাভ ৷ বৈবাহিক জীৱনত মধুৰতা থাকিব ৷ প্ৰেম জীৱনত সম্পৰ্ক মজবুত হ’ব ৷

মিথুন ৰাশি: সংযত আচৰণে বহু সমস্যাৰ পৰা ৰক্ষা কৰিব ৷ অত্যধিক কথা-বতৰাৰ বাবে ভুল বুজাবুজি হ’ব পাৰে ৷ শাৰীৰিক অসুস্থতাৰ বাবে মানসিক চিন্তা বৃদ্ধি হ’ব ৷ খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷ ধৰ্মীয় প্ৰৱণতাৰ বাবে মানসিক শান্তি অনুভৱ কৰিব ৷ নিজৰ কামত মনোনিৱেশ কৰক ৷

কৰ্কট ৰাশি: হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা ৷ বন্ধু-বান্ধৱ আৰু আপোনজনৰ সৈতে আনন্দেৰে দিনটো পাৰ হ’ব ৷ আয় বাঢ়িব ৷ ব্যৱসায়ত লাভ ৷ পুত্ৰ আৰু পত্নীৰ পৰাও কিবা লাভ হ’ব ৷ ভ্ৰমণৰ যোগ ৷ বিবাহৰ প্ৰতি আগ্ৰহী ব্যক্তিয়ে নিজৰ মন পচন্দৰ সংগী লাভ কৰিব ৷ সুস্বাদু খাদ্য আৰু সাংসাৰিক সুখ উপভোগ কৰিব পাৰিব ৷ এই সময় ছাত্ৰ-ছাত্ৰীৰ বাবে শুভ ৷ অৱশ্যে দুপৰীয়াৰ পিচত মনটো বিচলিত হৈ পৰিব পাৰে ৷

সিংহ ৰাশি: দৃঢ় আত্মবিশ্বাস আৰু মনোবলেৰে সকলো কাম সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব ৷ ব্যৱসায়ত বিশেষ সুবিধা লাভ কৰিব ৷ চাকৰিত পদোন্নতিৰ সম্ভাৱনা ৷ কামেৰে উচ্চপদস্থ বিষয়াক আপ্লুত কৰিব পাৰিব ৷ পিতৃৰ পৰা লাভ হ’ব ৷ সম্পত্তি আৰু বাহন সম্পৰ্কীয় কাম অতি সহজে সম্পূৰ্ণ কৰিব পাৰিব ৷ চৰকাৰী কামত সফলতা লাভ কৰিব ৷ পাৰিবাৰিক সুখ লাভ ৷ পত্নীৰ লগত প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব ৷

কন্যা ৰাশি: দিনটো অতিকৈ শুভ ৷ আৰ্থিক লাভৰ সম্ভাৱনা ৷ ধর্মীয় কামত বা ধর্মীয় যাত্ৰাত ধন ব্যয় হ’ব ৷ ভাই-ভনীৰ পৰা সুবিধা পোৱাৰ সম্ভাৱনা আছে ৷ বহিঃৰাজ্যলৈ যাব বিচৰা লোকসকলে অনুকূল সুযোগ পাব ৷ কৰ্মক্ষেত্ৰত সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব ৷ ব্যৱসায়ীসকলৰ বাবে দিনটো স্বাভাৱিক ৷ প্ৰেম জীৱন মধুৰ হৈ থাকিব ৷

তুলা ৰাশি: কোনো নতুন কাম আৰম্ভ নকৰিব ৷ নিজৰ কথা-বতৰা আৰু আচৰণ নিয়ন্ত্ৰণত ৰাখক ৷ ভুল বুজাবুজিৰ বাবে ক্ষতিৰ সন্মুখীন হ’ব পাৰে ৷ বন্ধুৰ বেশত থকা শত্ৰুৰ পৰা সাৱধান ৷ নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লওক ৷ আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আকৰ্ষণ বাঢ়িব ৷ বহু কষ্টৰ অন্তত মানসিক শান্তি লাভ ৷

বৃশ্চিক ৰাশি: আনন্দেৰে দিন কটাব ৷ দৈনন্দিন কামৰ পৰা নিজকে মুক্ত কৰি নিজৰ বাবে কিছু সময় উলিয়াব পাৰিব ৷ বন্ধু-বান্ধৱীৰ সৈতে ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ ক’ৰবালৈ যাত্ৰা কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ ভাল খাদ্য আৰু নতুন কাপোৰ পাই সুখী অনুভৱ কৰিব ৷ ব্যৱসায়ত লাভ ৷ ৰাজহুৱা খণ্ডত সন্মান বৃদ্ধি পাব ৷ পত্নীৰ সৈতে ভাল সময় কটাব ৷

ধনু ৰাশি: শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বিশেষ যত্ন লওক ৷ কঠোৰ পৰিশ্ৰম কৰাৰ পিচতো কামত সফলতা কম হ’ব ৷ ভ্ৰমণ স্থগিত ৰাখক ৷ দুপৰীয়াৰ পিচৰ সময় আপোনাৰ বাবে অনুকূল হ’ব ৷ শৰীৰত সতেজতা থাকিব ৷ আৰ্থিক সুবিধা লাভ কৰিব ৷ অৱশ্যে আজি বাহিৰত খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধান হ’ব ৷

মকৰ ৰাশি: কোনো কথাতে অধিক আৱেগিক নহ’ব ৷ ৰিয়েল ইষ্টেটৰ নথি-পত্ৰ ভালদৰে পঢ়ক ৷ আদালতৰ লগত জড়িত কোনো কাম কৰি আছে তেন্তে অতি সাৱধানে কৰক ৷ মানসিক চিন্তা বৃদ্ধি পাব পাৰে ৷ খং ত্যাগ কৰক ৷ সন্তানক লৈ চিন্তা হ’ব ৷ চৰকাৰী বিষয়াৰ সৈতে আলোচনাত সফলতা লাভ কৰিব ৷ ভ্ৰমণ স্থগিত ৰখাটো আপোনাৰ বাবে লাভজনক ৷ ব্যৱসায় সম্প্ৰসাৰণৰ নতুন পৰিকল্পনাৰ কাম আৰম্ভ কৰিব পাৰিব ৷

কুম্ভ ৰাশি: নতুন নতুন কাম কৰিবলৈ অনুপ্ৰাণিত হ’ব ৷ অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ সাহিত্যৰ লগত জড়িত কামৰ বাবে দিনটো ভাল ৷ দুপৰীয়াৰ পিচত পৰিস্থিতি সলনি হ’ব ৷ কিবা এটা বিষয়ক লৈ বিভ্ৰান্তিৰ সৃষ্টি হ’ব ৷ কাৰোবাৰ কথা আৰু আচৰণত আপুনি আঘাত পাব পাৰে ৷ ঘৰ বা মাটি-বাৰী তথা নথি-পত্ৰৰ লগত জড়িত কোনো কাম নকৰিব ৷ মানসিক উদ্বেগ দূৰ কৰিবলৈ আধ্যাত্মিকতাৰ আশ্ৰয় ল’ব পাৰে ৷

মীন ৰাশি: অত্যধিক ব্যয়ৰ বাবে চিন্তিত হৈ থাকিব পাৰে ৷ কাৰোবাৰ লগত বিবাদ হ’ব পাৰে ৷ মুখৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ ব্যৱসায়ৰ ক্ষেত্ৰত কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’ব লাগিব ৷ কৰ্মক্ষেত্ৰত আনৰ কামত হস্তক্ষেপ নকৰিব ৷

লগতে পঢ়ক: এই সপ্তাহত বহুকেইটা ৰাশিৰ ব্যৱসায়ত উন্নতি...শিক্ষাৰ্থীসকলে লাভ কৰিব পৰিশ্ৰমৰ ফল...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.