ETV Bharat / state

ৰাজপত্ৰৰে কেন্দ্ৰীয় চৰকাৰে পুনৰ নিষিদ্ধ ঘোষণা কৰিলে আলফা, NDFBক

আলফা, NDFB নামত যাতে কোনো দুস্কৃতিকাৰীয়ে ধন দাবী কৰিব নোৱাৰে তাৰ বাবে তৎপৰ তেজপুৰ আৰক্ষী প্ৰশাসন । শুকুৰবাৰে তেজপুৰ প্ৰশাসনে দেৱালত সংগঠন দুটাক নিষিদ্ধ ঘোষণা কৰি দেৱালত ৰাজপত্ৰিত জাননী আঁৰি দিয়া পৰিলক্ষিত হয় ।

তেজপুৰ
আলফা, NDFB নিষিদ্ধ ঘোষিত কেন্দ্ৰীয় চৰকাৰৰ ৰাজপত্ৰিত
author img

By

Published : Apr 11, 2020, 12:02 AM IST

Updated : Apr 11, 2020, 11:24 AM IST

তেজপুৰ, ১০ এপ্ৰিলঃ NDFB আৰু আলফাৰ নামত যাতে কোনো দুস্কৃতিকাৰীয়ে ধন দাবী অথবা অন্যান্য অসামাজিক কামত লিপ্ত হ'ব নোৱাৰে তাৰ বাবে তৎপৰ হৈছে তেজপুৰ আৰক্ষী প্ৰশাসন ।

আলফা, NDFB নিষিদ্ধ ঘোষিত কেন্দ্ৰীয় চৰকাৰৰ ৰাজপত্ৰিত
তেজপুৰ
আলফা, NDFB নিষিদ্ধ ঘোষিত কেন্দ্ৰীয় চৰকাৰৰ ৰাজপত্ৰিত

বিটিআৰ চুক্তি গঠনৰ সময়ত আলোচনালৈ অহা উগ্ৰপন্থী সংগঠন NDFB আৰু সংযুক্ত মুক্তি বাহিনী অসমৰ নামত কোনো ব্যক্তিয়ে যাতে সুযোগ গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে শুকুৰবাৰে তেজপুৰ প্ৰশাসনে দেৱালত সংগঠন দুটাক নিষিদ্ধ ঘোষণা কৰি ৰাজপত্ৰিত জাননী আঁৰি দিয়ে ।

উল্লেখ্য যে, বিগত ২৩ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ হৈ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গৰ স্বাক্ষৰ সম্বলিত ৰাজপত্ৰ জনসাধৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ তেজপুৰ সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ তৎপৰতাত বিভিন্ন স্থানৰ দেৱালত আঁৰি দিয়া হয় ।

Last Updated : Apr 11, 2020, 11:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.