ETV Bharat / state

বনাঞ্চলৰ সলনি ড্ৰ'য়িং ৰুমত হৰিণা পহু

তেজপুৰ চহৰৰ মাজমজিয়াত থকা পদুম পুখুৰী পাৰৰ ঘাহঁনিত আশ্ৰয় লৈ থকা পহুটোৱে হঠাৎ কাষৰে লেক ৰ’ড নিবাসী বিশ্বজিত পুৰকায়স্থ নামৰ এগৰাকী অধিবক্তাৰ ঘৰৰ ড্ৰ'য়িং ৰুমত প্ৰৱেশ কৰে ৷

The deer seen in the drawing room instead of in the forest
বনাঞ্চলৰ সলনি ড্ৰ'য়িং ৰুমত হৰিণা পহু
author img

By

Published : Aug 21, 2020, 10:50 PM IST

তেজপুৰ,21 আগষ্টঃ বনাঞ্চল এৰি জনাঞ্চল পালেহি হৰিণা ৷ ৰাজপথৰ পৰা আহি ড্ৰ'য়িং ৰুমত আশ্ৰয় গ্ৰহণ হৰিণা পহু ৷ এই দৃশ্য দেখা পোৱা গ'ল তেজপুৰত ৷ জানিব পৰা মতে, শুকুৰবাৰে তেজপুৰ চহৰৰ মাজমজিয়াত থকা পদুম পুখুৰী পাৰৰ ঘাহঁনিত আশ্ৰয় লৈ থকা পহুটোৱে হঠাৎ কাষৰে লেক ৰ’ড নিবাসী বিশ্বজিত পুৰকায়স্থ নামৰ এগৰাকী অধিবক্তাৰ ঘৰৰ ড্ৰ'য়িং ৰুমত প্ৰৱেশ কৰে ।

বনাঞ্চলৰ সলনি ড্ৰ'য়িং ৰুমত হৰিণা পহু

মানুহৰ মাজত দিক-বিদিক হেৰুৱাই ঘৰৰ ভিতৰত আশ্ৰয় লোৱা পহুটোক লৈ বহু সময় ধৰি সৃষ্টি হয় কৌতুহলৰ ৷ শেষত বন বিভাগৰ এটা দল অধিবক্তা গৰাকীৰ বাসগৃহত উপস্থিত হৈ উদ্ধাৰ কৰে হৰিণা পহুটো ৷

লগতে পঢ়কঃআছুৰ নতুন ৰাজনৈতিক দল: কি কয় দুই প্ৰাক্তন সভাপতিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.