ETV Bharat / state

নাগৰিকপঞ্জীৰ নামত কি চলিছে?

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত এতিয়া একাংশ স্বদেশী লোকক বিদেশী সজাবলৈ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰি থকা হৈছে ৷ এই সুযোগ গ্ৰহণ কৰি একাংশ বিদেশীয়ে নাগৰিকপঞ্জীত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ অহৰহ চেষ্টা চলাই আছে ৷

author img

By

Published : Jun 25, 2019, 4:18 PM IST

Updated : Jun 25, 2019, 5:34 PM IST

স্বদেশীক বিদেশী

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত এতিয়া একাংশ স্বদেশী লোকক বিদেশী সজাবলৈ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰি থকা হৈছে ৷ এই সুযোগ গ্ৰহণ কৰি একাংশ বিদেশীয়ে নাগৰিকপঞ্জীত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ অহৰহ চেষ্টা চলাই আছে ৷ এই মন্তব্য জামুগুৰিহাট ধলাইবিলৰ পৰা ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰা অমিলা চাহ নামৰ মহিলাগৰাকীৰ সন্তানৰ ৷ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত অধ্যয়নৰত মহিলাগৰাকী সন্তানৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ ৷ চাঁওক এই প্ৰতিবেদন...

Intro:তেজপুৰ,২৫জুন: বিদেশী ন্যায়াধীশৰ কাৰুকাৰ্যত যে ক্ৰুটি পূৰ্ণ বিচাৰ প্ৰক্ৰিয়াৰ মাজতো বাৰু আসোঁৱাহ হৈছে নেকি ? কাৰণ এই প্ৰক্ৰিয়াৰ ফলত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলৰ অমিলা চাহক বিদেশী সজাই ডেটেনচন শিবিৰলৈ প্ৰেৰণ কৰে এই বাতৰি ইতিমধ্যে ইটিভি ভাৰতত আমি প্ৰকাশ কৰিছো।
অমিলাৰ তিনি পুত্ৰ, দুই পুত্ৰ যমজ , আৰু সৰু পুত্ৰৰ বয়স ২০ ত্যাগ বীৰ হেমবাৰুৱা মহাবিদ্যালয় ত অধ্যয়ন স্নাতক মহলত । ইয়াৰে জ্যেষ্ঠ আৰু কণিষ্ঠ পুত্ৰই আজি ইটিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎ কৰাত এইদৰে অভিযোগ উঠালে সমগ্ৰ প্ৰক্ৰিয়া ৰ ওপৰত ।

Body:চাওক আমাৰ এই প্ৰতিবেদন ।

Conclusion:Exclusive DL ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
২৫/৬/২৯
Last Updated : Jun 25, 2019, 5:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.