ETV Bharat / state

তেজপুৰৰ হলেশ্বৰ পঞ্চায়তত চৰকাৰী আচঁনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

হিতাধিকাৰীৰ নামত ত্ৰিশটা পুখুৰীৰ বাবে অহা ত্ৰিশ লাখ টকা হলেশ্বৰ গাঁও পঞ্চায়তৰ কৰ্মাচাৰীয়ে কাম নকৰাকৈ আত্মসাৎ কৰাৰ অভিযোগ তুলিছে পঞ্চায়তটোৰ অন্তৰ্গত একাংশ ৰাইজে ৷

Scam allegations against panchayat worker of holeswar panchayat of sonitpur
তেজপুৰৰ হলেশ্বৰ পঞ্চায়তত চৰকাৰী আচঁনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ
author img

By

Published : May 15, 2020, 7:41 PM IST

তেজপুৰ,15 মে': শোণিতপুৰ জিলাৰ তেজপুৰৰ হলেশ্বৰ গাঁও পঞ্চায়তত ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ ৷ দৰিদ্ৰ হিতাধিকাৰীৰ বাবে চৰকাৰী আচঁনিৰ নামত অহা ধন আত্মসাৎ কৰাৰ অভিযোগ পঞ্চায়তৰ একাংশ কৰামচাৰীৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, হিতাধিকাৰীৰ নামত ত্ৰিশটা পুখুৰীৰ বাবে অহা ত্ৰিশ লাখ টকা হলেশ্বৰ গাঁও পঞ্চায়তৰ কৰ্মাচাৰীয়ে কাম নকৰাকৈ আত্মসাৎ কৰাৰ অভিযোগ তুলিছে পঞ্চায়তটোৰ অন্তৰ্গত একাংশ ৰাইজে ৷ ৰাইজৰ অভিযোগ হিতাধিকাৰী আৰু পঞ্চায়ত প্ৰতিনিধিৰ মাজত 40:60 দৰত ভাগ হৈছে চৰকাৰী ধন ৷

তেজপুৰৰ হলেশ্বৰ পঞ্চায়তত চৰকাৰী আচঁনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

উল্লেখ্য যে, ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে জাৱাবদিহি কৰে অভিযন্তা, জি আৰ এছ ,ওৱাৰ্ড মেম্বাৰ আৰু পঞ্চায়ত সচিবক ৷ ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়কঃ খাদ্য সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ AIUDFৰ হাইলাকান্দিৰ জিলা সভাপতিৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.