ETV Bharat / state

অৰুণাচলৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ জিঅ'চি চতুৰ্থ ক'ৰৰ লেফটেনেন্ট জেনেৰেলৰ

author img

By

Published : May 7, 2022, 1:52 PM IST

অৰুণাচলৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ জি অ' চি চতুৰ্থ ক'ৰৰ লেফটেনেন্ট জেনেৰেল দীনেশ সিঙ ৰাণাৰ(Lt. General Dinesh Singh Rana met Arunachal Governor and CM) । শুকুৰবাৰে বিয়লিৰ ভাগত ৰাজ্যখনৰ ৰাজধানী ইটানগৰত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে ৰাণাই ।

lft general dinesh singh rana met arunachal governor and cm
অৰুণাচলৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ জি অ' চি চতুৰ্থ ক'ৰৰ লেফটেনেন্ট জেনেৰেল দীনেশ সিঙ ৰাণাৰ

তেজপুৰ,৭ মে': অৰুণাচলৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ জি অ' চি চতুৰ্থ ক'ৰৰ লেফটেনেন্ট জেনেৰেল দীনেশ সিং ৰাণাৰ(Lt. General Dinesh Singh Rana met Arunachal Governor and CM) । শুকুৰবাৰে বিয়লি ভাগত ৰাজ্যখনৰ ৰাজধানী ইটানগৰত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে ৰাণাই ।

lft general dinesh singh rana met arunachal governor and cm
অৰুণাচলৰ ৰাজ্যপালক সাক্ষাৎ

সেনাৰ শীৰ্ষ বিষয়াগৰাকীয়ে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেদিয়েৰ (অৱসৰ প্ৰাপ্ত) ড° বি ডি মিশ্ৰক সাক্ষাৎ কৰি ৰাজ্যখনৰ সেনাৰ নিয়ন্ত্ৰিত সীমান্তৱৰ্তী অঞ্চলসমূহৰ বিষয়ে আলোচনা কৰে । আনহাতে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগত হোৱা বাৰ্তালাপত ৰাজ্য চৰকাৰে শেহতীয়াকৈ নিশ্চিত সীমান্ত অঞ্চলৰ গাঁওসমূহৰ বিষয়ে আলোচনা কৰে ।

অৰুণাচলৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ

এই সৌজন্যতামূলক সাক্ষাৎকাৰটো অৰুণাচল প্ৰদেশৰ ৰাজভৱনত আৰু মুখ্যমন্ত্ৰী বাসভৱনত অনুষ্ঠিত হয় । ডি এছ ৰানা উত্তৰ পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ সেনা মুখ্য কাৰ্যালয় তেজপুৰ চতুৰ্থ কৰ্পত দায়িত্বভাৰ গ্ৰহণ কৰিছিল যোৱা মাৰ্চ মাহৰ ২১ তাৰিখে । ইয়াৰ পূৰ্বে এই দায়িত্বত আছিল জেনেৰেল অফিচাৰ অব কামাণ্ডিং লেফটেনেন্ট জেনেৰেল ৰবীন খোচলা ।

লগতে পঢ়ক: বগীনদীত দুৰ্বৃত্তৰ গুলীচালনাত আহত ট্ৰাক চালক

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.