ETV Bharat / state

যান্ত্ৰিকতাৰ মাজত কনকা ভিলেজে দিছে প্ৰাকৃতিক প্ৰশান্তি

বিদেশত থাকিও পাহৰা নাই নিজ মাতৃভূমিক এজন যুৱকে ৷ নাম প্ৰণৱজ্যোতি নাথ ৷ এই যুৱকজনৰ প্ৰচেষ্টাতে সম্পূৰ্ণ গ্ৰাম্যাঞ্চলৰ নিভাঁজ পৰিৱেশৰ মাজত প্ৰাণ পাই উঠিছে কনকা ভিলেজ ৰিজ'ৰ্ট ৷

যান্ত্ৰিকতাৰ মাজত কনকা ভিলেজে দিছে প্ৰাকৃতিক প্ৰশান্তি
author img

By

Published : Jun 21, 2019, 8:04 AM IST

ঢেকিয়াজুলি,21 জুন:যান্ত্ৰিকতাৰ পৰা আঁতৰি আহি আপুনি যদি গ্ৰাম্যাঞ্চলৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব বিচাৰে৷ তেন্তে ইয়াৰ বাবে এক উৎকৃষ্ট ঠাই হ'ল শোণিতপুৰ জিলাৰ চিৰাজুলিৰ উত্তৰ দিশে ১৬ কি:মি দুৰৈত অৱস্থিত কনকা ভিলেজ ৰিজ'ৰ্ট৷ ৰিজ'ৰ্টখন গুৱাহাটীৰ পৰা ১৩৫ কি: মি: দূৰৈত অৱস্থিত এই ৰিজৰ্ট খন পাঁচনৈৰ অসমীয়া যুৱক প্ৰণৱজ্যোতি নাথৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে৷ কৰ্মসূত্ৰে প্ৰণৱজ্যোতি থাকে লণ্ডনত৷ বহুবছৰ ধৰি বিদেশত থাকিলেও মাতৃভূমিত কিবা এক কৰাৰ হাবিয়াসৰ বাবে ডেৰ বছৰ পূৰ্বে আৰম্ভণি কৰা এই ৰিজ'ৰ্টখনত এতিয়া পাচঁনৈ অঞ্চলৰ ৫০ গৰাকীকৈ নিৱনুৱাই পাইছে কৰ্ম সংস্থাপন৷ গ্ৰাম্যাঞ্চলৰ পৰিবেশত প্ৰাণ পাই উঠা ৰিজ'ৰ্টখনে হাত বাওঁল দি মাতে দেশী-বিদেশী সকলো পৰ্যটককে৷ আসাম ইকা এগ্ৰো প্ৰাইভেট লিমিটেত প্ৰতিষ্ঠানৰ অধীনত পৰিচালিত এই ৰিজ'ৰ্টখনত উপভোগ কৰিব পাৰি সেউজীয়াৰে আবৃত নৈসৰ্গিক গ্ৰাম্যাঞ্চলৰ এক নিৰৱ পৰিৱেশ৷ লগতে উপভোগ কৰিব পাৰি অসমীয়া থলুৱা সুস্বাদু খাদ্য সম্ভাৰো৷ ক্ৰমাৎ বিলুপ্তি হোৱা খেড়ী ঘৰৰ উপৰিও গছৰ মুঢ়াৰ চকী- মেজ,গ্ৰাম্যাঞ্চলৰ বাট-পথ দেখিবলৈ পোৱা যায় এই ৰিজ'ৰ্টখনত৷ ইয়াৰ উপৰিও শিশুসকলৰ বাবেও আছে শিশু উদ্যানৰ লগতে ডাঙৰ-সৰু সকলোৰে বাবে চুইমিং পুল,নাওঁ চলোৱা,মাছ মাৰিব পৰা ব্যৱস্থা৷ ৰিজ'ৰ্টখনৰ নানান ৰঙীন ফুলৰ লগতে সেউজীয়া নিভাঁজ গ্ৰাম্যাঞ্চলৰ পৰিৱেশে যান্ত্ৰিকতাৰ আতঁৰাই নি গ্ৰাম্য পৰিবেশৰ প্ৰতি আকৰ্ষিত কৰি তোলে৷

Intro:*Sub:বিদেশত থাকিও প্ৰণৱজ্যোতি নাথে পাহৰা নাই নিজ মাতৃভূমিক।*

_প্ৰণৱজ্যোতিৰ প্ৰচেষ্টাত সম্পূৰ্ণ গ্ৰাম্যাঞ্চলৰ নিভাঁজ পৰিৱেশৰ মাজত প্ৰাণ পাই উঠিছে কনকা ভিলেজ ৰিজ'ৰ্টে_

V/O: আপুনি যান্ত্রিকতাৰ পৰা আঁতৰি আহি গ্ৰাম্যাঞ্চলৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব বিচাৰে নেকি?তেন্তে আঁহক শোণিতপুৰ জিলাৰ চিৰাজুলিৰ উত্তৰ দিশে ১৬ কি:মি দুৰৈত অৱস্থিত এই ভিলেজ ৰিজ'ৰ্টখনত ।এই ভিলেজ ৰিজ'ৰ্টখনৰ নাম কনকা ভিলেজ ৰিজ'ৰ্ট । ৰিজ'ৰ্টখন গুৱাহাটীৰ পৰা ১৩৫ কি: মি : দুৰৈত অৱস্থিত ।পাঁচনৈৰ এজন অসমীয়া যুৱকৰ প্ৰচেষ্টাত সম্পূৰ্ণ গ্ৰাম্যাঞ্চলৰ পৰিবেশৰ মাজত প্ৰাণ পাই উঠিছে এই ৰিজ'ৰ্টখন।যুৱকজনৰ নাম প্ৰণৱজ্যোতি নাথ। কৰ্মসূত্ৰে প্ৰণৱজ্যোতি থাকে লণ্ডনত ।বহুবছৰ ধৰি যুৱকজন বিদেশত থাকিলেও পাহৰি যোৱা নাই অসম মাতৃভূমিক।যাৰ বাবে ডেৰ বছৰ পূর্বে শুভাৰম্ভণী কৰা ৰিজ'ৰ্টখনত এতিয়া পাচঁনৈ অঞ্চলৰেৰে ৫০ গৰাকীকৈ নিৱনুৱাই পাইছে কৰ্ম সংস্থাপন ।সম্পূৰ্ণ গ্ৰাম্যাঞ্চলৰ পৰিবেশত প্ৰাণ পাই উঠা ৰিজ'ৰ্টখনে হাত বাওঁল দি মাতে দেশী - বিদেশী সকলো পৰ্যটককে। আসাম ইকা এগ্ৰো প্ৰাইভেট লিমিটেত প্ৰতিষ্ঠানৰ অধীনত পৰিচালিত এই ৰিজ'ৰ্টখনত আপুনি উপভোগ কৰিব পাৰিব -সেউজীয়াৰে আবৃত নৈসর্গিক গ্ৰাম্যাঞ্চলৰ এক নিৰৱ পৰিেৱশ।উপভোগ কৰিব পাৰিব অসমীয়া থলুৱা সুস্বাদু খাদ্য সম্ভাৰো।ক্ৰমাৎ বিলুপ্তি হোৱা খেড়ী ঘৰৰ উপৰিও গছৰ মুঢ়াৰ চকী- মেজ,গ্ৰাম্যাঞ্চলৰ বাট - পথ আপুনি দেখিবলৈ পাব ৰিজ'ৰ্টখনত ।ইয়াৰ উপৰিও শিশুসকলৰ বাবেও আছে শিশু উদ্যানৰ লগতে ডাঙৰ -সৰু সকলোৰে বাবে চুইমিং পুল,নাওঁ চলোৱা,ফিছিঙৰ ব্যৱস্থা ।ৰিজ'ৰ্টখনৰ নানান ৰঙীন ফুলৰ লগতে সেউজীয়া নিভাঁজ গ্ৰাম্যাঞ্চলৰ পৰিৱেশখনে যান্ত্রিকতাৰ ব্যস্তময়ী জীৱনক পলকতে নোহোৱা কৰি আপোনাক অজানিতে আপোন কৰি তুলিব পাৰে গ্ৰাম্য পৰিবেশৰ প্ৰতি।বিদেশত থাকিও নিজ মাতৃভূমিত দেহ - মন জুৰোৱা এনে গ্ৰাম্য নৈসর্গিক প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টিত্বত প্ৰণৱজ্যোতি নাথৰ এনে প্ৰচেষ্টা সঁচাকৈয়ে শলাগ লবগীয়া।
অমল নাথ, ঢেকিয়াজুলি ।Body:*Sub:বিদেশত থাকিও প্ৰণৱজ্যোতি নাথে পাহৰা নাই নিজ মাতৃভূমিক।*

অমল নাথ, ঢেকিয়াজুলি ।Conclusion:*Sub:বিদেশত থাকিও প্ৰণৱজ্যোতি নাথে পাহৰা নাই নিজ মাতৃভূমিক।*

অমল নাথ, ঢেকিয়াজুলি ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.