ETV Bharat / state

অসম-নাগালেণ্ড সীমান্তত চাৰি চোৰাং চিকাৰী আটক - মাৰাণাস্ত্ৰ

চোৰাং চিকাৰীকেইজনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

অসম-নাগালেণ্ড সীমান্তত চাৰি চোৰাং চিকাৰী আটক
author img

By

Published : Jun 29, 2019, 2:37 PM IST

Updated : Jun 29, 2019, 2:43 PM IST

তেজপুৰ,29 জুনঃ অসম-নাগালেণ্ড সীমান্তৰ পূৱ কাৰ্বি আংলঙৰ লাহৰীজানত ডিলাই আৰক্ষীৰ অভিযান ৷ অভিযানত আটক চাৰিটাকৈ চোৰাং চিকাৰী ৷ আটক কৰা আটাইকেইজন লোক ডিমাপুৰৰ ডবিনোদ বসুমতাৰী,আকথা টেচু,চসেত হ'ম আৰু আকাফা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ আটক কৰা চোৰাং চিকাৰী কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ মাৰাণাস্ত্ৰ ৷ এটা 22 বৰৰ কেলিবাৰ ৰাইফল, 80 জাই সজীৱ গুলী, 20 জাই 12 বৰ' ৰাইফলৰ গুলী,3 টা টৰ্চ লাইট আৰু কেইবাটাও মোবাইল ফোন জব্দ কৰে আৰক্ষীৰ দলে ৷

etv bharat

Intro:চাৰিজন চোৰাং চিকাৰী বৃহৎ সংখ্যক গুলিবাৰুদ জব্দ অসম নাগালেণ্ড সীমান্তত

তেজপুৰ,২৯ জুন : অসম নাগালেণ্ড সীমান্তৰ পৰা পূৱ কাৰ্বিআংলংৰ লাহৰীজানৰ পৰা ডিলাই আৰক্ষীয়ে চাৰি( ৪) জনীয় চোৰাং চিকাৰীৰ দল এটা আটক কৰে শুক্ৰ বাৰে নিশা ৷
Body: আটক কৰা লোক কেইজনৰ পৰা বৃহৎ সংখ্যক মাৰানাস্ত্ৰ আৰু গুলি বাৰুদ উদ্ধাৰ ৷
জানিব পৰা মতে চিকাৰীৰ দলটো এখন মাৰুটি এলত্ৰ গাৰীৰে আহি থকা অৱস্থাত তহলদাৰী আৰক্ষীয়ে আটক কৰে ৷
এটা ২২ বৰৰ কেলিবাৰ ৰাইফল ,৮০ জাই সজীৱ গুলী, ২০ জাই ১২ বৰ' ৰাইফলৰ গুলী , ৩ টা টৰ্চ লাইট আৰু কেবাটাও মোবাইল ফোন জব্দ কৰে ৷
আটক কৰা লোক কেইজন বিনোদ বসুমতাৰী, আকথা টেচু , চসেত হ'ম আৰু আকাফা বুলি চিনাক্ত ৷চাৰিও জন ডিমাপুৰৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷Conclusion:আটক কৰা লোক কেইজন বিনোদ বসুমতাৰী, আকথা টেচু , চসেত হ'ম আৰু আকাফা বুলি চিনাক্ত ৷চাৰিও জন ডিমাপুৰৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
,২৯/৬/১৯
Last Updated : Jun 29, 2019, 2:43 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.