ETV Bharat / state

কন্যকা শৰীৰ চৰ্চা কেন্দ্ৰ উদ্বোধন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Oct 2, 2020, 1:05 PM IST

অসম চৰকাৰৰ মন্ত্ৰীগৰাকী বালিজুৰিত উপস্থিত হৈ কন্যকা অত্যাধুনিক শৰীৰচৰ্চাৰ এটি কেন্দ্ৰ এটা মুকলি কৰে ৷ বিটিআৰ চুক্তিৰ সৰ্ন্দভটো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Gym center inagratuation  himanta biswa sharma at  sonitpur
কন্যকা শৰীৰ চৰ্চা কেন্দ্ৰ উদ্বোধন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

চতিয়া,২ অক্টোবৰঃ বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰকে ধৰি চতিয়া সমষ্টিৰ বহু কেইটা কাৰ্যসূচীত অংশ গ্ৰহণ ৰাজ্যৰ প্ৰভাবশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ মন্ত্ৰীগৰাকী বালিজুৰিত উপস্থিত হৈ কন্যকা নামৰ অত্যাধুনিক শৰীৰচৰ্চাৰ এটি কেন্দ্ৰ মুকলি কৰে ৷ উল্লেখ্য যে, দিনজোৰা কাৰ্যসূচীৰে চতিয়া সমষ্টিত উপস্থিত হোৱা মন্ত্ৰী গৰাকীৰ লগত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, সাংসদ পল্লৱ লোচন দাস, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ উপৰি শোণিতপুৰ জিলাৰ উপায়ুক্ত গৰাকীয়েও সংগ দিয়ে ৷

লগতে পঢ়কঃ সূদীৰ্ঘ সাত মাহৰ অন্তত চলিল কামাখ্যা-মূৰ্কংচেলেক যাত্ৰীবাহী ৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.