ETV Bharat / state

বলিয়া বানত বিধ্বস্ত গহপুৰৰ বিস্তীৰ্ণ অঞ্চল - তেজপুৰ

বানত বুৰ গৈছে গহপুৰৰ 20 খন গাঁও পঞ্চায়তৰ প্ৰায় ৩০০ ৰো অধিক গাঁও । জলমগ্ন হৈ পৰিছে মহকুমাটোৰ ৬০ শতাংশ অঞ্চল ।

বলিয়া বানত বিধ্বস্ত গহপুৰৰ বিস্তীৰ্ণ অঞ্চল
author img

By

Published : Jul 16, 2019, 7:51 PM IST

তেজপুৰ, 16 জুলাই : বলিয়া বানত বিধ্বস্ত বিশ্বনাথৰ গহপুৰৰ বহু অঞ্চল । নিমিষতে তচনচ হৈ পৰিল হাজাৰ হাজাৰ পৰিয়ালৰ বাসগৃহকে ধৰি সকলো । ব্ৰহ্মপুত্ৰৰ বানত বুৰ গৈছে গহপুৰৰ 20 খন গাঁও পঞ্চায়তৰ প্ৰায় ৩০০ ৰো অধিক গাঁও । জলমগ্ন হৈ পৰিছে মহকুমাটোৰ ৬০ শতাংশ অঞ্চল । সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে প্ৰায় ১০০ খনৰো অধিক গাঁৱৰ ।

বলিয়া বানত বিধ্বস্ত গহপুৰৰ বিস্তীৰ্ণ অঞ্চল

লোহিতমুখ,ৰাওনামুখ,পিছলা সোৱনশিৰি,খাৰৈপৰীয়া,কলাবাৰী, পশ্চিম কলাবাৰী,বৰতামুলী , বাকৰিদলনি,ৰাঙলিয়াল, চত্ৰং আদি পঞ্চায়ত এতিয়া সম্পূৰ্ণৰূপে জলমগ্ন । জলবন্দী হৈ পৰিছে হাজাৰ হাজাৰ পৰিয়াল । ইয়াৰ মাজতে মঙলবাৰে গহপুৰত বানাক্ৰান্তৰ কাষত উপস্থিত হয় বিশ্বনাথৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক । বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বুজ ল'লে শিবিৰত থকা বানাক্ৰান্তসকলৰ দুখ-দুৰ্দশাৰ ।

Intro: গহপুৰত বানৰ তাণ্ডৱ#হাজাৰ-হাজাৰ পৰিয়াল ক্ষতিগ্ৰস্ত#পলকতে অহা বানত তচনচ বহু অঞ্চল#বিশ্বনাথ জিলা উপায়ুক্ত¸ আৰক্ষী অধিক্ষকৰ বানাক্ৰান্ত অঞ্চল পৰিৰ্দশন*

তেজপুৰ,১৬ জুলাই :- তাৎক্ষনিক বানত ক্ষতি গ্ৰস্ত বিস্বনাথ দিলাৰ গহপুৰৰ বহু অঞ্চল । নিমিষতে তচনচ কৰি পেলালে হাজাৰ হাজাৰ পৰিয়ালৰ সপোন। ব্ৰহ্মপুত্ৰৰ বানত বুৰ গৈছে গহপুৰৰ 20 খন গাওঁ পঞ্চায়তৰ প্ৰায় ৩০০ ৰো অধিক গাওঁ । জলমগ্ন হৈ পৰিছে মহকুমাটোৰ ৬০শতাংশ অঞ্চল । সম্পূৰ্ণৰূপে যোগাযোগ বিচ্চিন্ন প্ৰায় ১০০ খনৰো অধিক গাওঁ ।Body:লোহিতমুখ,ৰাওনামুখ,পিছলা সোৱনশিৰি,খাৰৈপৰীয়া,কলাবাৰী, পশ্চিম কলাবাৰী,বৰতামুলী , বাকৰিদলনি,ৰাঙলিয়াল, চত্ৰংআদি পঞ্চায়ত এতিয়া সম্পূৰ্ণ ৰুপে জলমগ্ন । জলবন্দি হৈ পৰিছে হাজাৰ হাজাৰ পৰিয়াল। এইয়া বাকৰি পঞ্চায়তৰ সৰুতামুলিৰ দৃশ্য। গহপুৰৰ বানাক্ৰান্তৰ কাষত উপস্থিত হয়হি বিশ্বনাথ জিলা উপায়ুক্ত আৰু আৰক্ষী অধিক্ষক । বানাক্ৰান্ত অঞ্চল সমূহ পৰিৰ্দশন কৰাৰ লগতে শিবিৰত থকা বানাক্ৰান্ত সকলৰ দুখৰ বুজ লয় । বিগত চাৰিদিন ধৰি NDRFয়ে উদ্ধাৰ আভিযান চলাইছে বহু।অঞ্চলত ৷ বহু পৰিয়ালক উদ্ধাৰ কৰিছে যদিও বহু এতিয়া জলবন্দী । কাৰন ব্ৰহ্মপুত্ৰ বলিয়া বানৰ সংহাৰ ৰূপত এওঁলোকৰ ঘৰৰ ওপৰলৈকে পানী ৷এটুপি খোৱা পানী বিছাৰি হাহাকাৰ কৰিব লগা হৈছে এওঁলোকে ৷ পশুধন ৰক্ষাৰ কাৰনে ৰাইজ তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে ।
*Bite:- 1 জিলা উপায়ুক্ত*
*Bite:- 2 আৰক্ষী অধিক্ষক*
*Bite:- 3 এন¸ ডি¸ আৰ¸ এফ¸ বাহিনী*
Conclusion:এনে ভয়ংকৰ পৰিবেশৰ মাজতে ভাল খৱৰ আহিছে পুৱাৰ ভাগৰ পৰা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ট কিছু পৰিমানে হ্ৰাস পাইছে ।এতিয়াও বহু পৰিয়াল চৰকাৰী সাহাৰ্য্য শিবিৰত ।

প্ৰণৱ কুমাৰ দাস ,
তেজপুৰ
১৬/৭/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.