তেজপুৰ,29 নৱেম্বৰঃ তেজপুৰৰ বান থিয়েটাৰত শুক্ৰবাৰে বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাক ৰাধিকা মোহন ভাগৱতী সোঁৱৰণী সাংবাদিকতা বঁটা , দৈনিক অসম কাৰ্যবাহী সম্পাদক মুনিন বায়নক প্ৰফুল্ল চন্দ্ৰ বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা ,আমাৰ অসম কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুক হৰি বৰ্মন সোঁৱৰণী সাংবাদিকতা বঁটা , ফেফাৰ কাকতৰ সাংবাদিক লং সিং টেৰণ আৰু ডিমা হাছাও পোষ্ট কাকতৰ সম্পাদক সূৰ্য্য ঠৌছেনক মাণিক দেউৰী সোঁৱৰণী সাংবাদিকতা বঁটা যুটীয়া ভাবে প্ৰদান কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে । অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যপাল মুখীয়ে কয় যে ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত অসম আৰ্থিক বিকাশৰ ক্ষেত্ৰত টনকিয়াল নহব পাৰে কিন্তু সাংবাদিকতা আৰু সাংস্কৃতিক ক্ষেত্ৰত অসম আগবঢ়া । আজুৰ সভাপতি পংকজ নাথৰ পৌৰহিতত্বত অনুষ্ঠিত অনুষ্ঠান কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা , মহা অধিবক্তা ৰমেশ বৰপাত্ৰ গোঁহাই, ৰাজ্যপালৰ পত্নী আৰু জিলা উপায়ুক্ত উপস্থিত থাকে ।
আজুৰ উদ্যোগত পাঁচ গৰাকীকৈ বিশিষ্ট সাংবাদিকক সাংবাদিকতা বঁটা প্ৰদান - Five journalist awarded with journalism award bt AJU
সদৌ অসম সাংবাদিক সন্থাৰ উদ্যোগত ৰাজ্য খনৰ চাৰিগৰাকী কৈ পুৰোধা সংবাদ কৰ্মীৰ স্মৃতিত পাঁচগৰাকী কৈ বিশিষ্ট সাংবাদিকক সাংবাদিকতা বঁটা প্ৰদান কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে ।
![আজুৰ উদ্যোগত পাঁচ গৰাকীকৈ বিশিষ্ট সাংবাদিকক সাংবাদিকতা বঁটা প্ৰদান Five journalist awarded with journalism award bt AJU](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5219940-thumbnail-3x2-aju.jpg?imwidth=3840)
তেজপুৰ,29 নৱেম্বৰঃ তেজপুৰৰ বান থিয়েটাৰত শুক্ৰবাৰে বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাক ৰাধিকা মোহন ভাগৱতী সোঁৱৰণী সাংবাদিকতা বঁটা , দৈনিক অসম কাৰ্যবাহী সম্পাদক মুনিন বায়নক প্ৰফুল্ল চন্দ্ৰ বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা ,আমাৰ অসম কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুক হৰি বৰ্মন সোঁৱৰণী সাংবাদিকতা বঁটা , ফেফাৰ কাকতৰ সাংবাদিক লং সিং টেৰণ আৰু ডিমা হাছাও পোষ্ট কাকতৰ সম্পাদক সূৰ্য্য ঠৌছেনক মাণিক দেউৰী সোঁৱৰণী সাংবাদিকতা বঁটা যুটীয়া ভাবে প্ৰদান কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে । অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যপাল মুখীয়ে কয় যে ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত অসম আৰ্থিক বিকাশৰ ক্ষেত্ৰত টনকিয়াল নহব পাৰে কিন্তু সাংবাদিকতা আৰু সাংস্কৃতিক ক্ষেত্ৰত অসম আগবঢ়া । আজুৰ সভাপতি পংকজ নাথৰ পৌৰহিতত্বত অনুষ্ঠিত অনুষ্ঠান কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা , মহা অধিবক্তা ৰমেশ বৰপাত্ৰ গোঁহাই, ৰাজ্যপালৰ পত্নী আৰু জিলা উপায়ুক্ত উপস্থিত থাকে ।
Body:অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যপাল মুখীয়ে কয় যে ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত অসম আর্থিক বিকাশৰ ক্ষেত্ৰত টনকিয়াল নহব পাৰে কিন্তু সাংবাদিকতা আৰু সাংস্কৃতিক ক্ষেত্ৰত অসম আগবঢ়া ।
Bite:প্ৰশান্ত ৰাজগুৰু, সম্পাদক, আমাৰ অসম।
Bite:জগদীশ মূখী, ৰাজ্যপাল ।
তেজপুৰৰ বান থিয়েটাৰত শুক্ৰবাৰে বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাক ৰাধিকা মোহন ভাগৱতী সোঁৱৰণী সাংবাদিকতা বঁটা , দৈনিক অসম কাৰ্যবাহী সম্পাদক মুনিন বায়নক প্ৰফুল্ল চন্দ্ৰ বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা ,আমাৰ অসম কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুক হৰি বৰ্মন সোঁৱৰণী সাংবাদিকতা বঁটা , ফেফাৰ কাকতৰ সাংবাদিক লং সিং টেৰণ আৰু ডিমা হাছাও পোষ্ট কাকতৰ সম্পাদক সূৰ্য্য ঠৌছেনক মাণিক দেউৰী সোঁৱৰণী সাংবাদিকতা বঁটা যুটীয়া ভাবে প্ৰদান কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে ।
Conclusion:আজুৰ সভাপতি পংকজ নাথৰ পৌৰহিতত্বত অনুষ্ঠিত অনুষ্ঠান কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা , মহা অধিবক্তা ৰমেশ বৰপাত্ৰ গোঁহাই, ৰাজ্যপালৰ পত্নী আৰু জিলা উপায়ুক্ত উপস্থিত থাকে ।
প্ৰণৱ কুমাৰ দাস
তেজপুৰ।
২৯/১১/১৯