ETV Bharat / state

ৰঙাপৰাত এজেপিৰ প্ৰাৰ্থী অজয় তাঁতীৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Mar 14, 2021, 9:16 PM IST

শোণিতপুৰৰ ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাত দেওবাৰে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অজয় তাঁতীয়ে নিৰ্বাচনী প্ৰচাৰ চলায় ।

ৰঙাপৰাত AJPৰ প্ৰাৰ্থী অজয় তাঁতীৰ নিৰ্বাচনী প্ৰচাৰ

ৰঙাপৰা,14 মাৰ্চঃ ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অজয় তাঁতীয়ে দেওবাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা যায় ৷ অজয় তাঁতী জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ, লুৰিণজ্যোতি গগৈ ধ্বনিৰে মুখৰিত হৈ পৰিল ধেন্দাই চাহ বাগিচা অঞ্চল ।

ৰঙাপৰাত এজেপিৰ প্ৰাৰ্থী অজয় তাঁতীৰ নিৰ্বাচনী প্ৰচাৰ

প্ৰাৰ্থী অজয় তাঁতীয়ে সমৰ্থকসকলক লৈ চাহ বাগিচাখনৰ শ্ৰমিকৰ ৰাইজৰ মাজলৈ যায় । ইফালে প্ৰাৰ্থীজনে একাংশ শ্ৰমিক, ৰাইজক দলীয় গামোচা পিন্ধাই আৰ্শীবাদ বিচাৰে ।

লগতে পঢ়কঃ কোনে স্থান পালে বিজেপিৰ তৃতীয় প্ৰাৰ্থী তালিকাত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.