ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা পাম নোহোৱা বেলুন: অভিজিৎ হাজৰিকা - election

বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে ৰঙাপৰা সমষ্টিত উপস্থিত হয় কংগ্ৰেছ প্ৰাৰ্থী অভিজিৎ হাজৰিকা ৷ কংগ্ৰেছ, AIUDF,CPI(AM), BPF আৰু গণমৰ্চা মহাজোঁটৰ প্ৰাৰ্থী অভিজিৎ হাজৰিকাক কাষত পাই উৎফুল্লিত হৈ পৰে প্ৰাৰ্থী গৰাকী ৷

হিমন্ত বিশ্ব শৰ্মা পাম নোহোৱা বেলুন: অভিজিৎ হাজৰিকা

author img

By

Published : Mar 11, 2021, 10:07 PM IST

ৰঙাপৰা,11 মাৰ্চ: বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে ৰঙাপৰা সমষ্টিত উপস্থিত হয় কংগ্ৰেছ প্ৰাৰ্থী অভিজিৎ হাজৰিকা ৷ কংগ্ৰেছ, AIUDF, CPI(AM), BPF আৰু গণমৰ্চা মহাজোঁটৰ প্ৰাৰ্থী অভিজিৎ হাজৰিকাক কাষত পাই উৎফুল্লিত হৈ পৰে প্ৰাৰ্থী গৰাকী ৷ গৰৈমাৰীৰ গায়ন-বায়নসকলে খোল-তাল বজাই প্ৰাৰ্থীজনক নিজ গৰৈমাৰীৰ বেতনীঝাৰ ৰাজহুৱা নামঘৰলৈ আদৰি লৈ যোৱা হয় ৷ অসমীয়া পৰম্পৰাগত সাজপাৰ পৰিধান কৰি প্ৰাৰ্থী হাজৰিকাই নামঘৰত নেদেখাজনৰ ওচৰত আশীষ লয় ।

হিমন্ত বিশ্ব শৰ্মা পাম নোহোৱা বেলুন: অভিজিৎ হাজৰিকা

প্ৰাৰ্থী অভিজিৎ হাজৰিকাই সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে ৷ হিমন্ত বিশ্ব শৰ্মা পাম নোহোৱা বেলুন বুলি আখ্যা দিয়ে প্ৰাৰ্থী অভিজিৎ হাজৰিকাই ৷

লগতে পঢ়ক: কণমানি কলমাভিজোৰ কণ্ঠত প্ৰাণ পালে অ' মোৰ আপোনাৰ দেশ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.