ETV Bharat / state

তেজপুৰত সন্ধানহীন ব্যক্তিৰ সা-সামগ্ৰী উদ্ধাৰক লৈ চাঞ্চল্য

তেজপুৰৰ ৰুদ্ৰপদত নদীৰ পাৰত উদ্ধাৰ সন্ধানহীন ব্যক্তিৰ ম’বাইল ফোন আৰু অন্য সা-সামগ্ৰী ৷ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷

author img

By

Published : Apr 25, 2021, 11:29 AM IST

Updated : Apr 25, 2021, 4:37 PM IST

তেজপুৰৰ নাও দুৰ্ঘটনাত সন্ধানহীন এজন
তেজপুৰৰ নাও দুৰ্ঘটনাত সন্ধানহীন এজন

তেজপুৰ, ২৫ এপ্ৰিল : তেজপুৰত নদীৰ পাৰত উদ্ধাৰ সন্ধানহীন ব্যক্তিৰ ব্যৱহৃত সামগ্ৰী ৷ জয়ন্ত শৰ্মা নামৰ লোকজনৰ ম’বাইল আৰু ব্যৱহৃত সামগ্ৰী উদ্ধাৰৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ তেজপুৰৰ দাধৰা বামুণচুবুৰীৰ জয়ন্ত শৰ্মা নামৰ ব্যক্তিজন শনিবাৰৰ পৰা সন্ধানহীন হৈ আছে । দেওবাৰে ৰুদ্ৰপদত নদীৰ পাৰত ব্যক্তিজনৰ কিছু সা-সামগ্ৰীৰ লগতে উদ্ধাৰ হৈছে যদিও ব্যক্তিজনৰ কোনো সন্ধান পোৱা নাই । জয়ন্ত শৰ্মাৰ সন্ধানত আৰক্ষী আৰু নদী আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: বাক্সাত কৰ’ণা আক্ৰান্তৰ চেঞ্চুৰী

Last Updated : Apr 25, 2021, 4:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.