ETV Bharat / state

চাৰিদুৱাৰত পল্লৱলোচনৰ হৈ মটৰ চাইকেল ৰেলীৰে প্ৰচাৰ চলালে পদ্ম হাজৰিকাই

সোমবাৰে সমষ্টিটোৰ অন্তৰ্গত চাৰিদুৱাৰ জিলা পৰিষদ এলেকা সামৰি বিজেপি, অগপ আৰু বি পি এফৰ মিত্রজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি বিধায়ক পদ্ম হাজৰিকাই আগন্তুক নিৰ্বাচনত বিজেপিৰ মিত্রজোটৰ প্ৰাৰ্থী পল্লৱলোচন দাস অভিলেখ সংখ্যক ভোটত জয়ী হব বুলি মন্তব্য কৰে ।

padma hazarika bike rally
author img

By

Published : Apr 1, 2019, 10:16 PM IST

তেজপুৰ 1 এপ্ৰিলঃ- সমগ্ৰ ৰাজ্যত এতিয়া নিৰ্বাচনী বতাহ। পিছপৰি ৰোৱা নাই তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৭৫ নং চতিয়া বিধান সভা সমষ্টি। সোমবাৰে সমষ্টিটোৰ অন্তৰ্গত চাৰিদুৱাৰ জিলা পৰিষদ এলেকা সামৰি চাৰিদুৱাৰত বিজেপি, অগপ আৰু বি পি এফৰ মিত্রজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি বিধায়ক পদ্ম হাজৰিকাই আগন্তুক নিৰ্বাচনত বিজেপিৰ মিত্রজোটৰ প্ৰাৰ্থী পল্লৱলোচন দাস অভিলেখ সংখ্যক ভোটত জয়ী হব বুলি কয়।

padma hazarika bike rally

তদুপৰি কংগ্ৰেছত কোনো ধৰণৰ যোগ্য প্ৰাৰ্থী নাই বাবেই আমদানিকৃত প্ৰাৰ্থী আনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে নমাব লগীয়া হৈছে বুলি মন্তব্য কৰে পদ্ম হাজৰিকাই। লগতে ভানু কোনো কাৰণতে ফেক্টৰ নহয় বুলি মন্তব্য কৰে পদ্ম হাজৰিকাই। ইয়াৰ পিচতেই পল্লৱ দাসৰ সৰ্মথনত বিধায়ক পদ্ম হাজৰিকাৰ অংশ গ্ৰহণেৰে সহস্ৰাধিক মটৰ চাইকেল লৈ বিজেপি কৰ্মীসকলে এক মটৰ চাইকেল ৰেলী উলিয়ায়।

Intro:চাৰিদুৱাৰত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই পল্লৱলোচন দাসৰ হৈ মটৰ চাইকেল ৰেলী
চলালে নিৰ্বাচনী প্ৰচাৰ।Body:ৰঙাপৰাঃ সমগ্ৰ ৰাজ্যত এতিয়া নিৰ্বাচনী বতাহ বলিছে। পাছপৰি ৰোৱা নাই তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৭৫ নং চতিয়া বিধান সভা সমষ্টি।

আজি সমষ্টিখনৰ অন্তৰ্গত চাৰিদুৱাৰ জিলা পৰিষদ এলেকা সামৰি চাৰিদুৱাৰত বিজেপি, অগপ আৰু বি পি এফৰ মিত্রজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি বিধায়ক পদ্ম হাজৰিকাই আগন্তুক নিৰ্বাচনত বিজেপিৰ মিত্রজোটৰ প্ৰাৰ্থী পল্লৱলোচন দাস অভিলেখ সংখ্যক ভোটত জয়ী হব বুলি কয়। তদুপৰি কংগ্ৰেছে অসমত তেওঁলোকৰ যোগ্য প্ৰাৰ্থীৰ অভাৱ বাবেই বাহিৰৰ পৰা আমদানিকৃত প্ৰাৰ্থী আনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে নমাব লগীয়া হৈছে বুলি কৈ ভানু কোনো কাৰনতে ফেক্টৰ নহয় বুলিও দোঁহাৰে। ইয়াৰ পাছতে বিধায়ক পদ্ম হাজৰিকাৰ অংশ গ্ৰহণেৰে সহস্ৰাধিক মটৰ চাইকেল লৈ বিজেপি কৰ্মীসকলে এক মটৰ চাইকেল ৰেলী উলিয়ায়।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.