ETV Bharat / state

এক্সিচ বেংক সহযোগ মাইক্ৰ ফাইনেঞ্চৰ বানপীড়িত অঞ্চলত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন

author img

By

Published : Aug 27, 2019, 11:49 PM IST

এক্সিচ বেংক সহযোগ মাইক্ৰ ফাইনেঞ্চে আয়োজন কৰিছে অসমৰ বিভিন্ন বানপীড়িত অঞ্চলত বিনামূলীয়া স্বাস্থ্য শিবিৰ

এক্সিচ বেংক সহযোগ মাইক্ৰ ফাইনেঞ্চৰ বানপীড়িত অঞ্চলত বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন

তেজপুৰ,27 আগষ্ট : এক্সিচ বেংক সহযোগ মাইক্ৰ ফাইনেঞ্চৰ উদ্যোগত অসমৰ বিভিন্ন জিলাত বিশেষকৈ বানপীড়িত অঞ্চলত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে ৷ সহযোগ মাইক্ৰ ফাইনেঞ্চে এই স্বাস্থ্য শিবিৰত বানত আক্ৰান্ত লোকসকলৰ তেজৰ নমুনা সংগ্ৰহ কৰি বিশেষকৈ মধুমেহ ৰোগৰ,থাইৰয়ডৰ আদিৰ সকলো ধৰণৰ পৰীক্ষা কৰি বৰ্তমানলৈকে প্ৰায় ২৫০ জন ৰোগীৰ নমুনা পৰীক্ষা কৰি উন্নত চিকিৎসা প্ৰদানৰ বাবে ব্যৱস্থা কৰিছে ৷ কোম্পানীটোৰ আঞ্চলিক বিপণন মেনেজাৰ উত্তম চেট্ৰীৰ তত্ত্বাৱধানত ৰঙিয়া,নলবাৰী আৰু মঙলদৈত এই তিনিটা স্বাস্থ্য শিবিৰত ৰোগীসকলক এই সুবিধা প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে ৷

Intro:তেজপুৰ,২৬ আগষ্ট : এস্কিচ বেংক সহযোগ মাইক্ৰ ফাইনেঞ্চৰ উদ্যোগত অসমৰ বিভিন্ন জিলাত বিশেষকে বান পিঢ়ীত অঞ্চলত বিনামুলিয়া স্বাস্থ্য শিবিৰ আয়োজন কৰে ৷ Body:সহযোগ মাইক্ৰ ফাইনেঞ্চে এই স্বাস্থ্য শিবিৰত বান পানীত আক্ৰান্ত লোক সকলৰ তেজৰ নমুনা , সংগ্ৰহ বিশেষকৈ মধুমেয় ৰোগৰ, থাইৰডৰ ওপৰত সকলো ধৰনৰ পৰীক্ষা কৰি বৰ্তানলৈকে প্ৰায় ২৫০ জন ৰোগীৰ নমুনা পৰীক্ষা কৰি উন্নত চিকিৎসা প্ৰদানৰ বাবে ব্যৱস্তা কৰিছে ৷ কোম্পানীটোৰ আঞ্চলিক চেলচ মেনেজাৰ উত্তম চেট্ৰীৰ তত্তাবধানত ৰঙিয়া, নলবাৰী আৰু মঙ্গলদৈত এই তিনিটা স্বাস্থ্য শিবিৰত ৰোগীসকলক এই সুবিধা প্ৰদান কৰিছে বুলি জানিব দিয়ে ৷
Conclusion:আনহাতে অহা ২৯ আগষ্টত গুৱাহাটীৰ সমীপত অন্য এক শিৱিৰ অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে ৷

Pranab kumar Das
Tezpur
27/8/19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.