ETV Bharat / state

নতুন বছৰক আদৰৰ বাবে পূৰ্ণ প্ৰস্তুতি চলিছে তেজপুৰত

পাৰম্পৰিক ৰীতি নীতি অনুসৰি বিহু উদযাপন শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সদস্যসকলৰ

নতুন বছৰক আদৰৰ বাবে পূৰ্ণ প্ৰস্তুতি চলিছে তেজপুৰত
author img

By

Published : Apr 15, 2019, 3:31 PM IST

তেজপুৰ,১৫ এপ্ৰিলঃ ব'হাগ মাথোঁ এটি ঋতু নহয়, নহয় ব'হাগ এটি মাহ। ১৯৪০ শকাব্দৰ শেষ দিন ৩০ চ'ত আৰু এটি নতুন বছৰৰ আগমন । নতুন বছৰক আদৰাৰ বাবে ৰাজ্যজুৰি বিশেষ প্ৰস্তুতি। তেজপুৰতো শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সদস্যসকলে প্ৰথমবাৰৰ বাবে বিহুৰ আয়োজন কৰে ।

নতুন বছৰক আদৰৰ বাবে পূৰ্ণ প্ৰস্তুতি চলিছে তেজপুৰত

সম্পূৰ্ণ পাৰম্পৰিক ৰীতি-নীতি অনুসৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ শিল্পী, জ্যেষ্ঠজনক এখনি গোৱা পাণৰ শৰাই আগবঢ়াই আৰ্শীবাদ গ্ৰহণ কৰে । বিভিন্ন ক্ষেত্ৰৰ পৰা অহা ন-পুৰণি শিল্পীসকলৰ হুঁচৰি গোৱাৰ লগতে বিহু গীতৰ আকৰ্ষণীয় কাৰ্যসূচীয়ে আকৰ্ষিত কৰে সমূহ ৰাইজক।

Intro:তেজপুৰ, ১৫ এপ্ৰিল : বহাগ মাথোঁ এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, হয় ১৯৪০ সকাপব্দ শেষ দিন ৩০ চ ত ,আৰু এটি নতুন বছৰৰ আগমন এই নতুন বছৰ টি আদৰাৰ এক প্ৰস্তুতি ৰ আৰম্ভণি হয় দেওবাৰে তেজপুৰ ত , শোণিতপুৰ জুৰনেলিষ্ট ইউনিয়নৰ সদস্য সকলে।
প্ৰথম বাৰৰ বাবে এই ৩০ চ 'ত ৰ আয়োজন কৰে ।

Body:সম্পূৰ্ণ পাৰম্পৰিক ৰীতি নীতি অনুসৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ শিল্পী জ্যেষ্ঠ জনক এখনি গোৱা পাণৰ শৰাই আগবঢ়াই আশীৰৰ্বাদ গ্ৰহণ কৰে । বিভিন্ন ক্ষেত্ৰৰ পৰা অহা ন পুৰণি শিল্পী সকলৰ হুঁচৰি গোৱাৰ লগতে বিহু গীতৰ আকৰ্ষণীয় কাৰ্য্য সূচীৰে ৰাইজক আকৰ্ষিত কৰে।
অনুষ্ঠানত শিল্পী পবন দাস, জিতেন বৰা, প্ৰান্তিক কৃষ্ণন দাসৰ বিহু গীতৰে অনুষ্ঠানৰ সামৰণি পৰে ।

Conclusion:প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম
তেজপুৰ
১৫/৪/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.