ETV Bharat / state

তেজপুৰৰ বিহগুৰিত পথ দুৰ্ঘটনা, নিহত 4 জন লোক

author img

By

Published : Dec 3, 2019, 9:25 AM IST

তেজপুৰৰ বিহগুৰিত সংঘটিত পথ দুৰ্ঘটনাত নিহত চাৰি যুৱক ৷ নিহত যুৱককেইজন ক্ৰমে গৌতম দাস,মৃদুল শইকীয়া,উজ্বল কুৰ্মী আৰু হুমেশ্বৰ নাথ ৷

3 person died at Tezpur Bihoguri road accident
তেজপুৰৰ বিহগুৰিত পথ দুৰ্ঘটনা, নিহত 4

তেজপুৰ, 3 ডিচেম্বৰঃ তেজপুৰৰ বিহগুৰিত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত নিহত হয় বাহনখনৰ চালকসহ চাৰিগৰাকী আৰোহী ৷ নিহত সকল ক্ৰমে গৌতম দাস,মৃদুল শইকীয়া,উজ্বল কুৰ্মী আৰু হুমেশ্বৰ নাথ ৷ পথৰ কাষত ৰৈ থকা AS-01HC-5353 নম্বৰৰ এখন ট্ৰাকত যুৱককেইজন গৈ থকা ইণ্ডিগ’ মাঞ্জা বাহনে খুন্দিওৱাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS-01AB- 9959

তেজপুৰৰ বিহগুৰিত পথ দুৰ্ঘটনা

উল্লেখ্য যে,তেজপুৰত অনুষ্ঠিত জুবিন গাৰ্গ আৰ্টিষ্ট একাদশ আৰু সাংবাদিক একাদশৰ মাজৰ ফুটবল প্ৰতিযোগিতা উপভোগ কৰিবলৈ গৈছিল যুৱককেইজন ৷ খেল উপভোগ কৰি বিহগুৰি টুমুকী অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো ৷

আৰু পঢ়ক- কেব' সন্দৰ্ভত আক্ৰাছুৰ সভাপতি প্ৰণৱ নাৰায়ণ কোঁৱৰৰ 'প্ৰতিক্ৰিয়া

Intro:তেজপুৰ,৩ ডিচেম্বৰ : আকৌ ৰৈ থকা ট্ৰাকত খুন্দা ৷ চালক সহ চাৰিও আৰোহীৰ মৃত্যু ৷
তেজপুৰৰ বিহগুৰিত শোকাবহ পথ দুৰ্ঘটনা ৷
ৰৈ থকা ট্ৰাকৰ পিছফালে খুন্দিয়ালে ইণ্ডিগ মাঞ্জাই ৷
Body:থিতাতে নিহত তিনিজনৰ,এজনৰ তেজপুৰ মেডিকেল কলেজত মৃত্যু ৷
ইণ্ডিগ মাঞ্জাৰ নম্বৰ AS01AB 9959 .
তেজপুৰত অনুষ্ঠিত জুবিন গাৰ্গ আৰ্টিষ্ট একাদশ আৰু সাংবাদিক একাদশৰ মাজৰ ফুটবল প্ৰতিযোগিতা উপভোগ কৰি বিহগুৰি টুমুকীৰ গৃহ অভিমুখে গৈ থকা
অৱস্থাত এই দুৰ্ঘটনা ৷
Conclusion:নিহত কেইজন গৌতম দাস,মৃদুল শইকীয়া,উজ্বল কুৰ্মী আৰু হুমেশ্বৰ নাথ ৷
ট্ৰাকখনৰ নম্বৰ AS01HC 5353.

Pranab kumar Das
Tezpur.
3/12/19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.