ETV Bharat / state

শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত ভোটাৰ সহায়ক কেন্দ্ৰ মুকলি

নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত আজি শিৱসাগৰ জিলা উপায়ুক্তই এক ভোটাৰ সহায়ক কেন্দ্ৰ মুকলি কৰে। এই কেন্দ্ৰত ভোটাৰ সকলে নিজ নিজ ভোটাৰ কাৰ্ড আৰু এখন পৰিচয় পত্ৰ লৈ নিজৰ লগতে পৰিয়ালৰ নাম পুনৰীক্ষণ কৰি প্ৰয়োজনত সেই সমূহ শুদ্ধ কৰিব পাৰিব।

author img

By

Published : Sep 12, 2019, 4:58 PM IST

শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত ভোটাৰ সহায়ক কেন্দ্ৰ মুকলি

শিৱসাগৰ, 12 ছেপ্তেম্বৰঃ শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত জিলা উপায়ুক্তই ভোটাৰ সহায়ক কেন্দ্ৰ মুকলি কৰে ৷ নিৰ্বাচনী আয়োগৰ নিয়ম অনুসৰি ১ চেপ্তেম্বৰৰ পৰা ১৫ অক্টোবৰ তাৰিখলৈ ভোটাৰ পুনৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে।

শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত ভোটাৰ সহায়ক কেন্দ্ৰ মুকলি

নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত আজি শিৱসাগৰ জিলা উপায়ুক্তই এক ভোটাৰ সহায়ক কেন্দ্ৰ মুকলি কৰে। এই কেন্দ্ৰত ভোটাৰ সকলে নিজ নিজ ভোটাৰ কাৰ্ড অথবা যিকোনো এখন পৰিচয় পত্ৰ লৈ নিজৰ লগতে পৰিয়ালৰ নাম পুনৰীক্ষণ কৰি প্ৰয়োজনীয় শুধৰণি সম্পন্ন কৰিব পাৰিব।এই শুধৰণি সমূহ নৱেম্বৰ মাহত প্ৰকাশ পাবলগীয়া খচৰা ভোটাৰ তালিকাত প্ৰতিফলিত হব। ১০০% শুদ্ধ ভোটাৰ তালিকাৰ স্বাৰ্থত সমগ্ৰ দেশত এই অভিযান আৰম্ভ কৰা হৈছে।

Intro:Body:*শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত ভোটাৰ সহায়ক কেন্দ্ৰ মুকলি*
Story-VOTER_FACILITATION
Ananta Smith
Sivasagar
12th September

A_SVR_12TH_SEP_801-803_VOTER_FACILITATION_7203499

ভাৰতৰ নিৰ্বাচনী আয়োগৰ নিয়ম অনুসৰি ১ চেপ্তেম্বৰৰ পৰা ১৫ অক্টোবৰ তাৰিখলৈ ভোটাৰ পুনৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে।এই সময়ৰ ভিতৰত কোনো এজন ভোটাৰে ভোটাৰ তালিকাত তেওঁৰ অথবা তেওঁৰ পৰিয়ালৰ নাম আদি তথ্যৰ শুদ্ধি, নাম কৰ্তন, সমষ্টি-ভোটকেন্দ্ৰ বদলি আদি সমূহৰ বাবে অনলাইন আৱেদন কৰিব পাৰিব।

এই কাৰ্য সমূহ সহজে আৰু সুকলমে সম্পন্ন কৰিবৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত আজি শিৱসাগৰ জিলা উপায়ুক্তই এক ভোটাৰ সহায়ক কেন্দ্ৰ মুকলি কৰে।এই কেন্দ্ৰত ভোটাৰ সকলে নিজ নিজ ভোটাৰ কাৰ্ড আৰু এখন পৰিচয় পত্ৰ লৈ নিজৰ লগতে পৰিয়ালৰ নাম পুনৰীক্ষণ কৰি প্ৰয়োজনীয় শুধৰণি সম্পন্ন কৰিব পাৰিব।এই শুধৰণি সমূহ নৱেম্বৰ মাহত প্ৰকাশ পাবলগীয়া খচৰা ভোটাৰ তালিকাত প্ৰতিফলিত হব।১০০% শুদ্ধ ভোটাৰ তালিকাৰ স্বাৰ্থত সমগ্ৰ দেশত এই অভিযান আৰম্ভ কৰা হৈছে।

Bite-নিৰ্বাচনী বিষয়াConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.