ETV Bharat / state

শিৱসাগৰত আটক তিনি গভাইত চোৰ

author img

By

Published : Sep 30, 2020, 8:26 AM IST

শিৱসাগৰত আটক কৰা হ’ল তিনি গভাইত চোৰ ৷ বিগত কিছুদিন ধৰি শিৱসাগৰৰ কেইবাটাও ধৰ্মীয় অনুষ্ঠানত চুৰি কাৰ্য চলায় আহিছিল চোৰৰ দলটোৱে ৷

Three thief arrest at Sivsagar
শিৱসাগৰত আটক তিনি গভাইত চোৰ

শিৱসাগৰ, 30 ছেপ্তেম্বৰঃ মঙলবাৰে শিৱসাগৰ আৰক্ষীৰ জালত পৰিল তিনি গভাইত চোৰ ৷ বিগত কিছুদিন ধৰি শিৱসাগৰৰ কেইবাটাও ধৰ্মীয় অনুষ্ঠানত চুৰি কাৰ্য চলাই আহিছিল দলটোৱে ৷ শিৱসাগৰ সদৰ থানাৰ উপ পৰিদৰ্শক বিশ্বজিৎ সোণোৱালৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই যোৰহাটৰ পৰা কৰায়ত্ব কৰে চোৰৰ দলটোক ৷ ধৃত চোৰকেইটা ক্ৰমে ৰাজা দুৱৰা, ভোলা দুৱৰা আৰু ইক্ৰামুল আলি ৷

শিৱসাগৰত আটক তিনি গভাইত চোৰ

শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লত সংঘটিত চুৰি কাৰ্যৰ সৈতেও জড়িত আছিল চোৰৰ দলটো ৷

লগতে পঢ়ক-বানপানী নিবনুৱা সমস্যাতকৈ ভয়াৱহ ইছলামিক আগ্ৰাসন : সত্যৰঞ্জন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.