ETV Bharat / state

সোণাৰীত লালীগুৰ জব্দঃ তিনিজনক আটক

author img

By

Published : Jul 8, 2020, 11:00 AM IST

Updated : Jul 8, 2020, 11:09 AM IST

সোণাৰিৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে লালিগুৰৰ অবৈধ ব্যৱসায়। মঙলবাৰে নিশা বুজন পৰিমাণৰ লালিগুৰসহ তিনিজনক আটক কৰিবলৈ সক্ষম হয় চফ্ৰাই আৰক্ষী ৷

সোণাৰীত লালীগুৰ জব্দঃ তিনিজনক আটক
সোণাৰীত লালীগুৰ জব্দঃ তিনিজনক আটক

শিৱসাগৰ, 8 জুলাইঃ চৰাইদেউ জিলাৰ সোণাৰিৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে লালিগুৰৰ অবৈধ ব্যৱসায়। আৰক্ষীয়ে এই অবৈধ ব্যৱসায় উৎখাত কৰিবলৈ চেষ্টা চলাই আছে যদিও আৰক্ষীৰ চকুত ধুলি দি একাংশ সমাজবিৰোধী চক্ৰই চলাই আছে অবৈধ ব্যৱসায়। ইফালে কালি নিশা এই ব্যৱসায়ৰ লগত জড়িত তিনিজনক হাতে-লোটে ধৰা পেলায় চফ্ৰাই আৰক্ষীয়ে।

সোণাৰীত লালীগুৰ জব্দঃ তিনিজনক আটক

চফ্ৰাই বৰপথাৰ অঞ্চলৰ খগেন গগৈৰ নেতৃত্বত এটা চক্ৰই বিভিন্ন ঠাইত বিতৰণ কৰিবলৈ নিয়া লালিগুৰ AS-04BC-2648 নম্বৰৰএখন গাড়ীৰপৰা উদ্ধাৰ কৰা লগতে খগেন গগৈৰ বাসগৃহত বুজন পৰিমাণৰ লালিগুৰ উদ্ধাৰ কৰে। আনহাতে খগেন গগৈৰ লগতে সঞ্জু ৰায় আৰু গাড়ী চালক জনক আৰক্ষীয়ে আটক কৰি বৰ্তমান সোধাপোছা অব্যাহত ৰাখিছে।

লগতে চাওকঃ বহিৰাগত বনিয়া গোষ্ঠীক অসমৰ মাটি দিয়া কাণ্ডৰ বিৰোধিতা অজিত কুমাৰ ভূঞাৰ

Last Updated : Jul 8, 2020, 11:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.